ETV Bharat / city

ডিব্ৰুগড়ত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ

বিজয়া দশমীৰ দিনাও জিলাখনৰ আৱকাৰী বিভাগে চাবুৱাৰ আমগুৰি এলেকাত আৰক্ষীৰ সহযোগত অভিযান চলাই ১১০ কিলোগ্ৰাম লালিগুড় জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে ইয়াৰ বিৰুদ্ধে চাবুৱা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে আৱকাৰী বিভাগে । এই কথা সদৰি কৰিলে চাবুৱা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীয়ে ৷

author img

By

Published : Oct 27, 2020, 10:02 AM IST

More Illigal wine  seized by dibrugarh excise department
ডিব্ৰুগড়ত বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ

মৰাণ,27 অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সৃষ্টি নহয় তাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে ল'লে বিশেষ তৎপৰতা ৷ পূজাৰ দিন কেইটাত কোনোৱে যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গা পূজাৰ আৰম্ভণিৰ প্ৰথম দিনটোৰ পৰাই সমগ্ৰ জিলা খনতে জিলা প্ৰশাসনে ঘোষণা কৰিছিল ড্ৰাই ডে' ৷

ইয়াৰ পিছতো অসাধু চক্ৰই প্ৰশাসনৰ অগোচৰে চলাই গৈছিল সুৰাৰ এই ব্যৱসায় ৷ পূজাৰ এই সময়চোৱাত জিলাখনৰ আৱকাৰী বিভাগে অধিক সষ্টম হৈ বিভিন্ন স্থানত অভিযান চলাই বহুকেইটা সুৰাৰ ঘাটি উৎখাত কৰাৰ লগতে আটক কৰিছিল ব্যৱসায়টোৰ লগত জড়িত বহুকেইজন লোকক ৷ বিজয়া দশমীৰ দিনাও জিলাখনৰ আৱকাৰী বিভাগে চাবুৱাৰ আমগুৰি এলেকাত আৰক্ষীৰ সহযোগত অভিযান চলাই ১১০ কিলোগ্ৰাম লালিগুড় জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে ইয়াৰ বিৰুদ্ধে চাবুৱা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে আৱকাৰী বিভাগে । এই কথা সদৰি কৰিলে চাবুৱা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীয়ে ৷

উল্লেখ্য যে, পূজাৰ এই সময়চোৱাত জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষী আৰু আৱকাৰী বিভাগে যৌথভাৱে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই কেইবা শ লিটাৰ অবৈধ চুলাই জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে চুলাই প্ৰস্তুত কৰা বিভিন্ন সা-সামগ্ৰীয়ো জব্দ কৰিছিল ।

লগতে পঢ়ক- কলগাছিয়াৰ সাৰ কেলেংকাৰীৰ আচল তথ্য ফাদিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.