ETV Bharat / city

চাহ বাগিছা আৰু কাগজ কললৈ আহিছে ভাল খবৰ - অসমৰ চাহ বাগিছাৰ বাতৰি

ভাৰতীয় উদ্যোগিক ক্ষেত্ৰত বিনিয়োগৰ মন মেলা শেথীয়ে মৃতপ্ৰায় কাগজৰ কল ক্ৰয় কৰাতো ইতিমধ্যে ইচ্ছা প্ৰকাশ কৰিছে। লগতে অসমত প্ৰথম বাৰলৈ দ্ৰোণ যোগে চাহ গছত প্ৰয়োগ কৰা হ'ব ঔষধ ৷

অসমলৈ আহিছে ভাল খবৰ
author img

By

Published : Oct 18, 2019, 11:13 PM IST

Updated : Oct 18, 2019, 11:32 PM IST

ডিব্ৰুগড়, 18 অক্টোবৰঃ চাহ বাগিছা আৰু কাগজ কললৈ অচিৰেই আহিব পাৰে সু-খবৰ ৷ এইবাৰ অসমৰ কাগজ কল ক্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ স্বত্বাধিকাৰী প্ৰৱাসী ভাৰতীয় বি আৰ শেথীয়ে। লগতে বাগিছাত দ্ৰোণেৰে ঔষধ নতুন টেকনলজি,স্মাৰ্ট ফাৰ্ম,নতুন প্ৰযুক্তিৰে অসম চাহ উদ্যোগৰ উন্নয়নত গুৰুত্ব বি আৰ শেথীৰ।

চাহ উদ্যোগ

বিশ্বৰ প্ৰথম চাহ কোম্পানী "অসম কোম্পানী ইণ্ডিয়া লিমিটেডে'' প্ৰয়োগ কৰিব দেশৰ ভিতৰতে প্ৰথমবাৰলৈ দ্ৰোণ যোগে চাহ গছত ঔষধ প্ৰয়োগ কৰাৰ নতুন টেকনলজী । প্ৰৱাসী ভাৰতীয় বি আৰ শেথী মালিকানাধীন কোম্পানীটোৰ বাগিছাৰ সমূহত প্ৰাৰম্ভিক পৰ্যায়ত এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ ডিব্ৰুগড়ৰ মাইজান বাগিছাত বি আৰ এছে ভেন্সাৰ্চৰ দ্বাৰা সংবাদ মেল আয়োজন কৰি এই কথা জনাই বি আৰ শেথীয়ে।দেশৰ ভিতৰতে প্ৰথম বাৰলৈ প্ৰয়োগ কৰিবলৈ লোৱা এই প্ৰযুক্তিয়ে অসমৰ চাহ উদ্যোগক নতুন দিগন্তলৈ লৈ যোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বি আৰ শেথীয়ে।ইতিমধ্যে স্মাৰ্ট ফাৰ্ম সম্পৰ্কে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ বহুকেইজন পাৰ্গত ব্যক্তিক লৈ সাত দিনীয়া কৰ্মশালাও আয়োজন কৰিছে।এই কৰ্মশালাই অসমৰ চাহ খেতিৰ ক্ষেত্ৰত সম্পূৰ্ণ নতুন ৰূপ প্ৰদানৰ বাবে পৰিকল্পিত প্ৰযুক্তি সৃষ্টিৰ লগতে ক্ষেত্ৰ অধ্যয়নৰ দিশ সামৰি ল'ব। কৰ্মশালাৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু সমীকৰণে ভৱিষ্যতত বিনিয়োগৰ ক্ষেত্ৰতো সহায়ক হ'ব।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থকা সংবাদ মেলত লগতে,স্মাৰ্ট ফাৰ্মিং,চাহ উদ্যোগৰ মানদণ্ডক উন্নত কৰিবলৈ কেতবোৰ নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা কথাও জনাই। উল্লেখ্য় যে, ভাৰতীয় উদ্যোগিক ক্ষেত্ৰত বিনিয়োগৰ গুৰুত্ব প্ৰদান কৰি প্ৰায় মৃতপ্ৰায় অৱস্থালৈ গতি কৰা অসম কোম্পানী ইণ্ডিয়া লিমিটেড আবু ঢাবি নিবাসী প্ৰৱাসী ভাৰতীয় বি আৰ শেথীৰ মালিকানাধীন বি আৰ এছ ভেন্সাৰ্চে ক্ৰয় কৰাৰ পাছতে ক্ৰমশঃ কোম্পানীটোৰ অধীনৰ 14 খন বাগিছা পুনৰ সক্ৰিয় কৰাই নহয় ইয়াৰ লগত জড়িত আৰু কৰ্মৰত সকলো শ্ৰেণীৰ লোকৰ জীৱনৰ পৰিবৰ্তন অনাৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা আৰম্ভ কৰিছে।

অসমলৈ আহিছে ভাল খবৰ
ইফালে প্ৰতিষ্ঠা কালৰে পৰা কলিকতাত থকা অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ো এতিয়া অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। কলকাতাৰ পৰা স্থানান্তৰ কৰি ডিব্ৰুগড়ৰ বৰবৰুৱাত কোম্পানীটোৰ মুখ্য কাৰ্যালয় অচিৰেই প্ৰতিষ্ঠা কৰা হ'ব বুলি লগতে সংবাদ মেলত জনালে কোম্পানীটোৰ বিষয়ববীয়াই।উল্লেখ যে, সংবাদ মেলত বি আৰ এছ ভেন্সাৰ্চৰ বিষয়ববীয়াই জনাই চাহ উদ্যোগটোৰ উত্থানৰ বাবে গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ কথাও। চাহ খেতিত নৱ প্ৰযুক্তি আৰু অভিনৱত্ব প্ৰদানৰ লক্ষ্য হাতত লৈ স্মাৰ্ট ফাৰ্ম,খেতিয়কৰ জীৱন,কৰ্মৰত অৱস্থা আৰু চাহ উৎপাদন প্ৰক্ৰিয়াত নতুনত্ব আনি অসমৰ অৱনমিত চাহ উদ্যোগটোক পুনৰ বিশ্বৰ লেখত ল'বলগীয়া কৰি তোলাৰ গুৰুত্ব আৰোপ কৰা হৈছে। ইতিমধ্যে অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ অধীনৰ বাগিছাৰ পাছত আন বাগিছালৈ এই ব্যৱস্থা সম্প্ৰসাৰণৰ কৰি অসম চাহ উদ্যোগৰ নতুন দিগন্ত সূচনা কৰাৰ কথা সদৰী কৰে শেথীয়ে।কাগজ কল

ইফালে, ভাৰতীয় উদ্যোগীক ক্ষেত্ৰত বিনিয়োগৰ মন মেলা শেথীয়ে মৃতপ্ৰায় কাগজৰ কল ক্ৰয় কৰাতো ইতিমধ্যে ইচ্ছা প্ৰকাশ কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰে এই সম্পৰ্কত অচিৰেই এক আলোচনা হ'ব বুলি তেওঁ প্ৰকাশ কৰে । ব্যক্তিগত খণ্ড হিচাপে কাগজৰ কল ক্ৰয় কৰি ইয়াত বিনিয়োগেৰে পুনৰুজ্জীৱিতকৰণ আৰু চাকৰি হেৰুৱাই সৰ্বস্বান্ত হোৱা লোকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব বুলিও কয়। অনুষ্ঠান উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে জনাই যে, ইতিমধ্যে ইউ এ ইত অনুষ্ঠিত বিভিন্ন দেশৰ 30 টা কোম্পানীৰ চি অ'ৰ সৈতে এক এদিনীয়া কৰ্মশালাত তেওঁ বিনিয়োগকাৰীক ভাৰতৰ ব্যৱসায়ীক ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ সকলক অনুৰোধ জনাইছিল ৷ ৰামেশ্বৰ তেলীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীৰে অচিৰেই আলোচনাত মিলিত হৈ কাগজ কলৰ বিষয়ে সিদ্ধান্ত ল'ব বুলি জনাই ৷

Intro:এইবাৰ কাগজ কল ক্ৰয় কৰিবলৈ সাজু অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ স্বত্বাধিকাৰী প্ৰৱাসী ভাৰতীয় বি আৰ ছেথ্বী।
বাগিছাত দ্ৰোণেৰে ঔষধ চতিওৱাৰ নতুন টেকনলজি,স্মাৰ্ট ফাৰ্ম,নতুন প্ৰযুক্তিৰে অসম চাহ উদ্যোগৰ উন্নয়নত গুৰুত্ব বি আৰ ছেথ্বীৰ।
কলকাতাৰ পৰা ডিব্ৰুগড়লৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা অসম কোম্পানীৰ মুখ্য কাৰ্যালয়।Body:বিশ্বৰ প্ৰথম চাহ কোম্পানী "অসম কোম্পানী ইণ্ডিয়া লিমিটেডে প্ৰয়োগ কৰিব দেশৰ ভিতৰতে প্ৰথম বাৰলৈ দ্ৰোণ যোগে চাহ গছত ঔষধ প্ৰয়োগ কৰাৰ নতুন টেকনলজি।প্ৰৱাসী ভাৰতীয় বি আৰ ছেথ্বী মালিকানাধীন কোম্পানীটোৰ বাগিছাৰ বাবে প্ৰাৰম্ভিকতে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব।অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ ডিব্ৰুগড়ৰ মাইজান বাগিছাত বি আৰ এছে ভেন্সাৰ্চৰ দ্বাৰা সংবাদ মেল আয়োজন কৰি এই তথ্য জনালে বি আৰ চেথ্বীয়ে।দেশৰ ভিতৰতে প্ৰথম বাৰলৈ প্ৰয়োগ কৰিবলৈ লোৱা এই প্ৰযুক্তিয়ে অসমৰ চাহ উদ্যোগক নতুন দিগন্তলৈ লৈ যোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বি আৰ ছেথ্বীয়ে।ইতিমধ্যে স্মাৰ্ট ফাৰ্ম সম্পৰ্কে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ বহুকেইজন পাৰ্গত ব্যক্তিক লৈ সাত দিনীয়া কৰ্মশালাও আয়োজন কৰিছে।এই কৰ্মশালাই অসমৰ চাহ খেতিৰ ক্ষেত্ৰত সম্পূৰ্ণ নতুন ৰূপ প্ৰদানৰ বাবে পৰিকল্পিত প্ৰযুক্তি সৃষ্টিৰ লগতে ক্ষেত্ৰ অধ্যয়নৰ দিশ সামৰি ল'ব।কৰ্মশালাৰ পৰা লাভ কৰা অভিজ্ঞতা আৰু সমীকৰণে ভৱিষ্যতত বিনিয়োগৰ ক্ষেত্ৰতো সহায়ক হ'ব।
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থকা সংবাদ মেলত লগতে,স্মাৰ্ট ফাৰ্মিং,চাহ উদ্যোগৰ মানদণ্ডক উন্নত কৰিবলৈ কেতবোৰ নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা কথাও জনাই।উল্লেখ যে ভাৰতীয় উদ্যোগীক ক্ষেত্ৰত বিনিয়োগৰ গুৰুত্ব প্ৰদান কৰি প্ৰায় মৃতপ্ৰায় অৱস্থালৈ গতি কৰা অসম কোম্পানী ইণ্ডিয়া লিমিটেড আবু ঢাবি নিবাসী প্ৰৱাসী ভাৰতীয় বি আৰ ছেথ্বীৰ মালিকানাধীন বি আৰ এছ ভেন্সাৰ্চে ক্ৰয় কৰাৰ পাছতে ক্ৰমশঃ কোম্পানীটোৰ অধিনৰ 14 খন বাগিছা পুনৰ সক্ৰিয় কৰাই নহয় ইয়াৰ লগত জড়িত আৰু কৰ্মৰত সকলো শ্ৰেণীৰ লোকৰ জীৱনৰ পৰিবৰ্তন অনাৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা আৰম্ভ কৰিছে।

ইফালে প্ৰতিষ্ঠা কালৰে পৰা কলিকতাত থকা অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ো এতিয়া অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। কলকাতাৰ পৰা চিৰদিনৰ বাবে স্থানান্তৰ কৰি ডিব্ৰুগড়ৰ বৰবৰুৱাত কোম্পানীটোৰ মুখ্য কাৰ্যালয় অচিৰেই প্ৰতিষ্ঠা কৰা হ'ব বুলি লগতে সংবাদ মেলত জনালে কোম্পানীটোৰ বিষয়ববীয়াই।

উল্লেখ যে সংবাদ মেলত
বি আৰ এছ ভেন্সাৰ্চৰ বিষয়ববীয়াই জনাই চাহ উদ্যোগটোৰ উত্থানৰ বাবে গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ কথাও।চাহ খেতিত নৱ প্ৰযুক্তি আৰু অভিনৱত্ব প্ৰদানৰ লক্ষ্য হাতত লৈ স্মাৰ্ট ফাৰ্ম,খেতিয়কৰ জীৱন,কৰ্মৰত অৱস্থা আৰু চাহ উৎপাদন প্ৰক্ৰিয়াত নতুনত্ব আনি অসমৰ অৱনমিত চাহ উদ্যোগটোক পুনৰ বিশ্বৰ লেখত ল'বলগীয়া কৰি তোলাৰ গুৰুত্ব আৰোপ কৰা হৈছে।ইতিমধ্যে অসম কোম্পানী ইণ্ডিয়া লিমিটেডৰ অধীনৰ বাগিছাৰ পাছত আন বাগিছালৈ এই ব্যৱস্থা সম্প্ৰসাৰণৰ কৰি অসম চাহ উদ্যোগৰ নতুন দিগন্ত সূচনা কৰাৰ কথা সদৰি কৰে ছেথ্বীয়ে।

ইফালে ভাৰতীয় উদ্যোগীক ক্ষেত্ৰলৈ বিনিয়োগৰ মন মেলা ছেথ্বীয়ে মৃতপ্ৰায় কাগজৰ কল ক্ৰয় কৰাতো ইতিমধ্যে ইচ্ছা প্ৰকাশ কৰিছে।ইতিমধ্যে মুখ্যমন্ত্ৰীৰে এই সম্পৰ্কত অচিৰেই এক আলোচনা হ'ব বুলি তেওঁ প্ৰকাশ কৰে আজি।ব্যক্তিগত খণ্ড হিচাপে কাগজৰ কল ক্ৰয় কৰি ইয়াত বিনিয়োগেৰে পুনৰ জীৱিত আৰু চাকৰি হেৰুৱাই পেলোৱা লোকসকলক আশাৰ বাট দেখুৱাৰ প্ৰয়াস কৰিব বুলি জনাই তেওঁ।অনুষ্ঠান উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে জনাই যে ইতিমধ্যে ইউ এ ইত অনুষ্ঠিত বিভিন্ন দেশৰ 30 টা কোম্পানীৰ চি অ'ৰ সৈতে এক এদিনীয়া কৰ্মশালাত তেওঁ বিনিয়োগকাৰী সকলক অনুৰোধ জনাইছিল ভাৰতৰ ব্যৱসায়ীক ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ।ৰামেশ্বৰ তেলীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীক এই কথা জনোৱাৰ পাছতে
মুখ্যমন্ত্ৰীৰে অচিৰেই আলোচনাত মিলিত হৈ কাগজ কলৰ বিষয়ে সিদ্ধান্ত ল'ব বুলি জনাই তেলীয়ে সংবাদ মেলত।

লগতে অসমৰ ৰিযৰ্ট আৰু মেগা ফুড পাৰ্কৰ ক্ষেত্ৰতো বিনিয়োগৰ বাবে আগবাঢ়িছে বি আৰ ছেথ্বী।
আজিৰ সংবাদ মেলত ছেথ্বীৰ জোৱাইয়েক সহ বি আৰ এছ ভেন্সাৰ্চৰ কেইবাগৰাকী বিদেশৰ সহযোগী, চি এ সঞ্জয় জৈন সহ ভালেমান প্ৰতিষ্ঠিত লোক উপস্থিত থাকে।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদConclusion:Do
Last Updated : Oct 18, 2019, 11:32 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.