ETV Bharat / city

সমষ্টিবাসীৰ মাজত বিধায়ক পোনাকণ বৰুৱা

author img

By

Published : May 11, 2021, 8:49 PM IST

চৰকাৰ গঠন হোৱাৰ পিছতেই চাবুৱা নগৰত ৰাইজৰ মাজত উপস্থিত নৱ নিৰ্বাচিত বিধায়ক পোনাকণ বৰুৱা ৷ সমষ্টিৰ ক’ভিড সন্দৰ্ভত বুজ ল’লে বিধায়কগৰাকীয়ে ৷

সমষ্টিবাসীৰ মাজত বিধায়ক পোনাকণ বৰুৱা
সমষ্টিবাসীৰ মাজত বিধায়ক পোনাকণ বৰুৱা

মৰাণ,11 মে': বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পিছতেই গুৱাহাটীৰ পৰা আহিয়েই চাবুৱা নগৰ পৰিদৰ্শন কৰে সমষ্টিটোৰ নৱ নিৰ্বাচিত বিধায়ক পোনাকণ বৰুৱাই । চাবুৱা নগৰত উপস্থিত হৈ বিধায়ক বৰুৱাই চাবুৱা ৰাজহ চক্ৰৰ কাৰ্যালয়ত প্ৰশাসনিক বিষয়া, চিকিৎসা কৰ্মীসকলৰ লগত সমষ্টিটোৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত বুজ লয় ।

সমষ্টিবাসীৰ মাজত বিধায়ক পোনাকণ বৰুৱা

ইয়াৰ পাছতেই বৰুৱাই নগৰখনত থকা বজাৰসমূহ পৰিদৰ্শন কৰে । চাবুৱা নগৰৰ বজাৰসমূহৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়েও বুজ লয় বিধায়ক বৰুৱাই ৷ বিক্ৰেতাসকলে বজাৰখনৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে বিধায়ক পোনাকণ বৰুৱাক অনুৰোধ জনোৱা দেখা যায় ।

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত হৈ হায়দৰাবাদত জীৱন মৃত্যুৰে যুঁজিছে অসমৰ যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.