ETV Bharat / city

ডিব্ৰুগড় আৰক্ষীৰ জালত বৃহৎ ভূমি জালিয়াতি চক্ৰ - ভূমি জালিয়াতিৰ চক্ৰ

ভুৱা নথি পত্ৰেৰে মাটি পঞ্জীয়ন কৰি ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল বিখ্যাত জালান ইণ্ডাষ্ট্ৰিজৰ স্বত্বাধিকাৰীৰ পুত্ৰৰ লগতে অধিবক্তা সহ পাঁচ জন

ডিব্ৰুগড়ত আৰক্ষীৰ জালত বৃহৎ ভূমি জালিয়াতিৰ চক্ৰ
author img

By

Published : May 11, 2019, 8:23 PM IST

ডিব্ৰুগড়, 11 মে': ডিব্ৰুগড়ত আৰক্ষীৰ জালত বৃহৎ ভূমি জালিয়াতিৰ চক্ৰ । ডিব্ৰুগড়ৰ উপ পঞ্জীয়কৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জালান ইণ্ডাষ্ট্ৰিজৰ মালিকৰ পুত্ৰ মৃগেন জালান(৬১),অধিবক্তা স্বাগতা কুণ্ডু, নেম চন্দ্ৰ কেজৰিৱাল(৭৭), সাৰদা দেৱী কেজৰিৱাল(৭০), অনিল কেজৰিৱালক(৪২)গ্ৰেপ্তাৰ কৰে । এম এচ নাছিং দাস সুৰজমল প্ৰ'প্ৰাইটৰ প্ৰাইভেট লিমিটেডৰ মালিক মৃগেন জালানে No1909 আৰু 1462 29/06/2017 নম্বৰৰ দলিল যোগে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ভুৱা অনুমতি পত্ৰ দাখিল কৰি প্ৰায় দুবিঘা মাটি নেম চন্দ্ৰ কেজৰিৱাল, সাৰদা দেৱী কেজৰিৱাল আৰু অনিল কেজৰিৱালক বিক্ৰী কৰিছিল ।

ডিব্ৰুগড়ত আৰক্ষীৰ জালত বৃহৎ ভূমি জালিয়াতিৰ চক্ৰ

ভুৱা অনুমতি পত্ৰৰে পঞ্জীয়ন তথা নথি পত্ৰ প্ৰস্তুত কৰিছিল ডিব্ৰুগড়ৰ অধিবক্তা ৰাজু কেজৰিৱাল আৰু স্বাগতা কুণ্ডুয়ে । কিন্তু অডিটৰ সময়ত পোহৰলৈ আহে সমগ্ৰ জালিয়াতিৰ তথ্য । District level committee Dibrugarh ৰ দ্বাৰা অনুমোদিত মূল্যতকৈ কম তথা ঠগ প্ৰৱঞ্চনাৰ দ্বাৰা উপায়ুক্তৰ কাৰ্যালয়ৰ ছীল আৰু উপায়ুক্তৰ চহীও জাল কৰি মাটি বিক্ৰী কৰিছিল অভিযুক্তই । জালিয়াতিৰ তথ্য পোহৰলৈ অহাত যোৱা 10 মে'ত ডিব্ৰুগড়ৰ উপ পঞ্জীয়ক ভূপেন পাটোৱাৰীয়ে ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পাচতে আৰক্ষীয়ে তদন্ত কৰি অধিবক্তা সহ পাঁচ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ U/S120B/465/467/471/472/34 IPCধাৰাৰ অধীনত 763/19 নং গোচৰত পাঁচ জনক গ্ৰেপ্তাৰ কৰে ।

Dib_11may_land_Scandal_jesim

With byte 3 visual on ftp

O/C-জালিয়াতিৰে ভূৱা নথি প্ৰত্ৰৰে মাটি পঞ্জীয়ন কৰি ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল বিখ্যাত জালান ইণ্ডাষ্টিজৰ স্বত্বাধিকাৰীৰ পুত্ৰ,অধিবক্তা সহ পাচ জন। ডিব্ৰুগড়ৰ উপ পঞ্জীয়কৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জালান ইণ্ডাষ্টিজৰ মালিকৰ পুত্ৰ মৃগেন জালান(৬১),অধিবক্তা স্বাগতা কুণ্ডু,নেম চন্দ্ৰ কেজৰিৱাল(৭৭), সাৰদা দেৱী কেজৰিৱাল(৭০), অনিল কেজৰিৱালক(৪২)গ্ৰেপ্তাৰ কৰিছে। 

V/O- ##ডিব্ৰুগড়ত আৰক্ষীৰ জালত বৃহৎ ভূমি জালিয়াতিৰ চক্ৰ।জালত পৰিল বিখ্যাত জালান ইণ্ডাষ্টীৰ স্বত্বাধিকাৰীৰ পুত্ৰ সহ পাচজন।জালত পৰিল মহিলা অধিবক্তাও##

এম এচ নাছিং দাস সুৰজমল প্ৰপাইটাৰ প্ৰাইভেট লিমিটেডৰ মালিক  মৃগেন জালানে No1909 and 1462  29/06/2017 নম্বৰৰ ডিড যোগে জিলা উপায়ুক্ত কাযালয়ৰ ভূৱা অনুমতি প্ৰত্ৰ দাখিল কৰি প্ৰায় দুবিঘা মাটি নেম চন্দ্ৰ কেজৰিৱাল, সাৰদা দেৱী কেজৰিৱাল আৰু অনিল কেজৰিৱালক বিক্ৰী কৰিছিল। ভূৱা অনুমতি প্ৰত্ৰৰে পঞ্জীয়ন তথা নথি পত্ৰ প্ৰস্তুত কৰিছিল ডিব্ৰুগড়ৰ অধিবক্তা  ৰাজু কেজৰিৱাল আৰু স্বাগতা কুণ্ডুয়ে। কিন্তু অডিতৰ সময়ত সমগ্ৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহে। District level committee Dibrugarh ৰ দ্বাৰা অনুমোদিত মূল্যতকৈ কম তথা ঠগ প্ৰৱঞ্চনাৰ দ্বাৰা উপায়ুক্তৰ কাযালয়ৰ চীল আৰু উপায়ুক্তৰ চহীও জাল কৰি মাটি বিক্ৰী কৰিছিল। জালিয়াতিৰ তথ্য পোহৰলৈ অহাত যোৱা 10 মেত ডিব্ৰুগড়ৰ উপ পঞ্জীয়ক ভূপেন পাটোৱাৰীৱে ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি অধিবক্তা সহ পাচ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ U/S120B/465/467/471/472/34 IPCধাৰাৰ অধীনত 763/19 নং গোচৰত পাচ জনক গ্ৰেপ্তাৰ কৰে।আনহাতে উক্ত ঘটনাত আৰু বহু ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনা আছে।

Byte:-অতিৰিক্ত আৰক্ষী অধীক্ষক,ডিব্ৰুগড়।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.