ETV Bharat / city

নামৰূপত সমন্বয় জনজাতি উন্নয়ন প্ৰকল্পৰ সামগ্ৰী বিতৰণ

author img

By

Published : Jul 27, 2020, 9:56 PM IST

নামৰূপত সমন্বয় জনজাতি উন্নয়ন প্ৰকল্পৰ সামগ্ৰী বিতৰণ ৷

নামৰূপত সমন্বয় জনজাতি উন্নয়ন প্ৰকল্পৰ সামগ্ৰী বিতৰণ
নামৰূপত সমন্বয় জনজাতি উন্নয়ন প্ৰকল্পৰ সামগ্ৰী বিতৰণ

নামৰূপ, 27 জুলাই : ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱাৰ উপস্থিতিত সোমবাৰে নামৰূপত বিতৰণ কৰা হয় অসম চৰকাৰৰ দ্বাৰা ৰূপায়িত সমন্বয় জনজাতি উন্নয়ন প্ৰকল্পৰ সামগ্ৰী ৷ জনজাতি উন্নয়ন প্ৰকল্পৰ নাহৰকটীয়া সমষ্টিৰ সদস্য হৰিকান্ত বড়োৰ নেতৃত্বত বিতৰণ কৰা এই কাৰ্যসূচীত জয়পুৰ মণ্ডলৰ অধীনৰ ছখন পঞ্চায়তত মুঠ ১৮ টা পানীৰ ফিল্টাৰ আৰু ২ টা চিলাইৰ মেচিন বিতৰণ কৰাৰ উপৰিও হাপজান গৰিয়াবাম গাওঁৰ নামঘৰৰ ওচৰত এটা সৌৰ চালিত বিজুলী বাতি প্ৰদান কৰা হয় ৷

লগতে পঢ়কঃ ১৯৯১ চনৰ ২৭ জুলাই: এই দিনটোত আজিও উচুপে কাৰোবাৰ আত্মীয়ই

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.