ETV Bharat / city

মৰাণৰ বাৱৰ্চি ৰেষ্টুৰেণ্টসহ পেট্ৰল পাম্প সাময়িকভাৱে বন্ধ

মৰাণৰ বাৱৰ্চি ৰেষ্টুৰেণ্টৰ দুজন কৰ্মচাৰী ক্ৰমে লক্ষণ চাহু (৫৩) আৰু মোহন চাহু (৩২)ৰ দেহতো শনিবাৰে ক'ভিডৰ অৱস্থিতি ধৰা পৰে । ইয়ৰ পাচতেই দেওবাৰে মৰাণৰ স্থানীয় প্ৰশাসনে সাময়িকভাৱে ৰেষ্টুৰেণ্টখন বন্ধ কৰি দিয়ে । আনহাতে মৰাণৰ মাজমজিয়াত থকা পান্নালান ৰামেশ্বৰ এণ্ড কোম্পানী পেট্ৰ’ল পাম্পটো তিনি ঘণ্টাৰ বাবে বন্ধ কৰি ৰাখে ।

author img

By

Published : May 2, 2021, 3:46 PM IST

Bawarchi
বাৱৰ্চি

মৰাণ,২ মে': দেশৰ লগতে ৰাজ্যতো দ্ৰুতগতিত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে । ডিব্ৰুগড় জিলাৰ মৰাণতো শনিবাৰৰ দিনটোলৈকে ৩০০ গৰাকীলৈ ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ।

মৰাণৰ বাৱৰ্চি ৰেষ্টুৰেণ্টৰ দুজন কৰ্মচাৰী ক্ৰমে লক্ষণ চাহু (৫৩) আৰু মোহন চাহু (৩২)ৰ দেহতো শনিবাৰে ক'ভিডৰ অৱস্থিতি ধৰা পৰে । ইয়ৰ পাচতেই দেওবাৰে মৰাণৰ স্থানীয় প্ৰশাসনে সাময়িকভাৱে ৰেষ্টুৰেণ্টখন বন্ধ কৰি দিয়ে ।

petrol pump
পান্নালান ৰামেশ্বৰ এণ্ড কোম্পানী পেট্ৰল পাম্প

আনহাতে মৰাণৰ মাজমজিয়াত থকা পান্নালান ৰামেশ্বৰ এণ্ড কোম্পানী পেট্ৰল পাম্পটো তিনি ঘণ্টাৰ বাবে বন্ধ কৰি ৰাখে । উল্লেখ্য যে, দেশৰ আন প্ৰান্তৰ লগতে অসমতো ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ।

লগতে পঢ়ক: কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰিসংখ্যা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.