ETV Bharat / city

খোৱাঙত ঘৰে-ঘৰে হাইদাং হুঁচৰি সোণোৱাল কছাৰী সকলৰ - ডিব্ৰুগড় জিলা

ক'ভিড-19ৰ ভয়-সংশয়ৰ মাজতে পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰে খোৱাং নাহৰণি গাঁৱৰ সোণোৱাল কছাৰী সকলে ঘৰে ঘৰে মাৰিছে হাইদাং হুঁচৰি ।

Sonowal Kachari Haidang Husori at Khowang, Dibrugarh District
খোৱাঙত ঘৰে-ঘৰে হাইদাং হুঁচৰি সোনোৱাল কছাৰী সকলৰ
author img

By

Published : Apr 24, 2021, 10:31 PM IST

মৰাণ, 24 এপ্ৰিল : অসমৰ অন্যান্য জন-জাতি সকলৰ ভিতৰত অন্যতম জনজাতি হ'ল সোণোৱাল কছাৰীসকল । ক'ভিড-19ৰ ভয়-সংশয়ৰ মাজতে পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰে ডিব্ৰুগড় জিলাৰ খোৱাং নাহৰণি গাঁৱৰ সোণোৱাল কছাৰীসকলে ঘৰে ঘৰে মাৰিছে হাইদাং হুঁচৰি ।

খোৱাঙত ঘৰে-ঘৰে হাইদাং হুঁচৰি সোনোৱাল কছাৰী সকলৰ

গাঁৱৰ ৰাইজে হুঁচৰি গায় গৃহস্থক অপায়-অমংগলৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আশীৰ্বাদ প্ৰদান কৰা দেখা যায় । সোণোৱাল কছাৰীসকলে অতীজৰে পৰা পৰম্পৰা অনুসৰি এই হাইদাং হুঁচৰি গায় আহিছে ৷

উল্লেখ্য যে, এডাল টকা বাঁহ গৃহস্থৰ চোতালত স্থাপন কৰি মাৰিৰে বজাই বজাই বিহু হুঁচৰি জোৰে সোণোৱাল কছাৰীসকলে ৷ সুকীয়া বৈশিষ্ট্য সম্পন্ন এই হাইদাং হুঁচৰিৰ গীতসমূহো জনগোষ্ঠীয় লোকগীতৰ ওপৰত আধাৰিত ।

লগতে পঢ়ক-ONGC তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত আলফা (স্বাধীন)ৰ প্ৰেছ বিবৃতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.