ETV Bharat / city

নামৰূপত নিষিদ্ধ হিৰ'ইন সহ আটক তিনি যুৱক

author img

By

Published : May 10, 2020, 4:51 PM IST

নামৰূপ আৰক্ষীৰ সফলতা । লক্ ডাউনৰ মাজতেই নিষিদ্ধ ড্ৰাগছ হিৰ'ইন সহ আটক তিনি যুৱক ।

3 people caught in namrup with heroine
3 people caught in namrup with heroine

ডিব্ৰুগড়, ১০ মে': লক্ ডাউনৰ মাজতেই নামৰূপত আৰক্ষীৰ সাফল অভিযান । নামৰূপৰ উপ আৰক্ষী অধীক্ষক কুল প্ৰদীপ ভট্টাচাৰ্যৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত নিষিদ্ধ ড্ৰাগছ হিৰ'ইন সহ আটক তিনিজন যুৱক ।

নামৰূপ আৰক্ষী চকীৰ অন্তৰ্গত গৰিয়াবাম আৰু নগাদলঙৰ দুই যুৱক ক্ৰমে ৰিতুপন গগৈ আৰু বিবেক সিঙৰ লগতে টেঙাখাতৰ কমল সন্দিকৈ নামৰ এজন যুৱকক নামৰূপ লালপাগুৰি ঘাটৰ পৰা ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, আটকাধীন যুৱক কেইজনৰ পৰা আৰক্ষীয়ে ৬ গ্ৰাম নিষিদ্ধ হিৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ঘটনা সন্দৰ্ভত নামৰূপ আৰক্ষীয়ে ইতিমধ্যে us22(b)NDPS ধাৰাত ৬৮/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.