ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 বাতৰি - Top 10 at 5 PM

5 বজাৰ শীৰ্ষ 10 বাতৰি

Etv Bharat
Etv Bharat
author img

By

Published : Oct 16, 2022, 5:05 PM IST

Congress president election: অসমৰ ২৮৯ প্রতিনিধিয়ে সাব্যস্ত কৰিব ভোটাধিকাৰ

সকলো প্ৰতিনিধিক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (Pradesh Congress President Bhupen Bora)। সোমবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে গুৱাহাটীৰ ৰাজীৱ ভৱনত (Rajiv Bhawan in Guwahati) অসমৰ প্ৰদেশ কংগ্ৰেছৰ ২৮৯ গৰাকী সদস্য প্রতিনিধিয়ে ভোটদান কৰিব ।

Brutal Incident in West Bengal: চলন্ত ৰেলৰ পৰা গতিয়ালে সহযাত্ৰীক

বীৰভূমৰ ৰামপুৰহাটত অমানুষিক ঘটনা (Birbhum brutal case) ৷ সহযাত্ৰীক গতিয়াই দিলে চলন্ত ৰেলৰ পৰা ৷ হাওৰা-মালদা টাউন ইন্টাৰচিটি এক্সপ্ৰেছত সংঘটিত হৈছে এই নৃশংস ঘটনা (Howrah Malda Town Intercity Express) ৷

Chardham Yatra Record : ১৫ লক্ষাধিক তীৰ্থযাত্ৰীৰ কেদাৰনাথ দৰ্শন

উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰা সমাপ্তিৰ পথত (Chardham Yatra in Uttarakhand) । কেদাৰনাথ ধামৰ বিষয়ে ক'বলৈ গ'লে, এইবাৰ এক নতুন অভিলেখ সৃষ্টি হৈছে । প্ৰথমবাৰৰ বাবে কোনো এক ভ্ৰমণ ঋতুত 15 লাখ তীৰ্থযাত্ৰী কেদাৰনাথ ধামত উপস্থিত হৈছে । যিটো এটা নতুন ৰেকৰ্ড । অৱশ্যে এই তাৰ্থযাত্ৰা শে। হ'বলৈ এতিয়াও ১০ দিন বাকী আছে । এনে পৰিস্থিতিত এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

Terminated teacher to protest : ত্ৰিপুৰাত অনশনত বহিব ১০ সহস্ৰাধিক শিক্ষক

পুনৰ শিক্ষকৰ প্ৰতিবাদত উত্তাল হ'ব ত্ৰিপুৰা (Terminated teacher to protest in Tripura)। চৰকাৰে বৰ্খাস্ত কৰা শিক্ষকৰ বাবে কোনো পদক্ষেপ নোলোৱাত ক্ষোভিত হৈ পৰিছে শিক্ষক সমাজ । ২০ অক্টোবৰৰ পৰা অনশন কাৰ্যসূচীৰ ঘোষণা বঞ্চিত শিক্ষকৰ ।

Digital Banking Unit : দেশত মুকলি ৭৫ টা ডিজিটেল বেংকিং ইউনিট

দেশত মুকলি ৭৫ টা ডিজিটেল বেংকিং ইউনিট (75 digital banking units inaugurates)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে ডিজিটেল বেংকিং ইউনিটকেইটা । ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ অংশ হিচাপে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে দেশৰ বিভিন্ন জিলাত ৭৫ টা ডিজিটেল বেংকিং ইউনিট স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল ।

Sankaradeva birth anniversary: তামুলপুৰত শংকৰদেৱৰ জন্মজয়ন্তী পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী(Sankaradeva birth anniversary Tamulpur) । তামুলপুৰতো ১৪ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে গুৰুজনাৰ জন্মজয়ন্তী ।

CM Naveen Patnaik birthday : ৭৭ বছৰত ভৰি দিলে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে

এসময়ত ৰাজনীতি আৰু ওড়িশাৰ পৰা আঁতৰি থকা নবীন পাটনায়ক আজি এগৰাকী সফল মুখ্যমন্ত্ৰী । ৰাজ্যখনৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে মুখ্যমন্ত্ৰী হৈ থাকি অভিলেখ ৰচনা কৰা পাটনায়কৰ আজি জন্মদিন (CM Naveen Patnaik birthday)। প্ৰধানমন্ত্ৰী মোডীয়ে মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ।

Himachal Pradesh Assembly election 2022: আজি কংগ্ৰেছ দলে প্ৰকাশ কৰিব প্ৰথমখন প্ৰাৰ্থী তালিকা

হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে আজি কংগ্ৰেছ দলে প্ৰকাশ কৰিব প্ৰথমখন প্ৰাৰ্থী তালিকা(Himachal Pradesh Assembly election 2022) ৷

Athkheliya Namghar controversy : আঠখেলীয়া নামঘৰত পুনৰ বিতৰ্ক

আঠখেলীয়া নামঘৰৰ বিতৰ্ক চলি থকাৰ মাজতে নামঘৰত পুনৰ প্ৰৱেশ নতুনকৈ গঠন হোৱা পৰিচালনা সমিতিৰ । দেওবাৰে পৰিচালনা সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আহি বিফল হ'বলগীয়া হয় (Athkheliya Namghar managing committee failed)। কাৰ্যালয়ৰ তলা খুলি নিদিলে কৰ্ণধাৰ সমিতিয়ে ।

Birth Anniversary of Sankardeva: যোৰহাটত শংকৰদেৱৰ জন্মোৎসৱ পালন

যোৰহাটৰ বৰবৰুৱা টেকেলা গাঁৱৰ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৫৭৪তম জন্মোৎসৱ পালন (574th Birth Anniversary of Srimanta Sankardeva) । এই উপলক্ষে বাৰেৰহনীয় কৃষ্টি সংস্কৃতিৰে শোভাযাত্ৰা উলিওৱা হয় ।

Gujrat Assembly Election : আজিৰে পৰা দুদিনীয়া গুজৰাট ভ্ৰমণ অৰবিন্দ কেজৰিৱাল-ভগৱন্ত মানৰ

আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ভগৱন্ত মানৰ সৈতে দুদিনৰ ভিতৰত ভাৱনগৰ, মেহছানা আৰু বানাছকান্থা জিলাত ৰাজহুৱা ৰেলী সম্বোধন কৰিব (Kejriwal and Mann 2 day Gujarat visit) । আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনোজ সোৰাথিয়াই কয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.