ETV Bharat / city

চাপৰত নিশা 8 বজালৈ চলিল ভোটগ্ৰহণ

author img

By

Published : Apr 6, 2021, 10:25 PM IST

পূৱ বিলাসীপাৰা সমষ্টিৰ চাপৰত নিশালৈকে চলিল ভোটদান প্ৰক্ৰিয়া ৷ দুবাৰকৈ ইভিএম বিকল হোৱা বাবে বিলম্ব হ’ল ভোটদান প্ৰক্ৰিয়া ৷

চাপৰত নিশা 8 বজালৈ চলিল ভোট গ্ৰহণ প্ৰক্ৰিয়া

পূৱ বিলাসীপাৰা,৬ এপ্ৰিল: পূৱ বিলাসীপাৰা সমষ্টিৰ চাপৰত নিশালৈকে চলিল ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ চাপৰৰ ২৪০ নং ৰৌমাৰী এল পি স্কুলত চলিল এই ভোটদান ৷ সচেতন ভোটাৰৰ পৰিচয় দি ৰৌমাৰীবাসীয়ে নিশা 8 বজালৈকে ভোটদান কৰিলে । দুবাৰকৈ ইভিএম বিকল হোৱাত ভোটগ্ৰহণ চলিল নিশালৈ ৷

নিৰ্বাচনী আয়োগৰ নিয়ম অনুযায়ী পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে ভোটদান প্ৰক্ৰিয়া চলিব লাগে । কিন্তু ইভিএম বিকল আৰু ভোটাৰৰ সংখ্যা বেছি হোৱাত সন্ধিয়া 8 বজালৈ চলিল ভোটদান প্ৰক্ৰিয়া ৷

লগতে পঢ়ক: বিলাসীপাৰাত মাস্কক কেন্দ্ৰ কৰি ভোটকেন্দ্ৰত হিংসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.