ETV Bharat / city

ধুবুৰীত ১৫ অক্টোবৰৰ পৰা গান্ধী সংকল্প যাত্ৰা - ধুবুৰীত আয়োজন সংকল্প যাত্ৰাৰ

মহাত্মা গান্ধীৰ ১৫০ তম জন্ম-জয়ন্তী ৷ ধুবুৰীত আয়োজন সংকল্প যাত্ৰাৰ ৷

সংবাদমেলত উপস্থিত ধুবুৰী জিলা বিজেপি নেতৃত্ব
author img

By

Published : Oct 12, 2019, 8:58 AM IST

ধুবুৰী, 12 অক্টোবৰ: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম জন্ম-জয়ন্তী উপলক্ষে দেশজুৰি আৰম্ভ হ'ব গান্ধী সংকল্প যাত্ৰা । দেশৰ ভিন্ন প্ৰান্তত ইতিমধ্যে এই সংকল্প যাত্ৰা আৰম্ভ হৈছে যদিও অসমত ১৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব এই যাত্ৰাৰ। এই সন্দৰ্ভত ধুবুৰী জিলা বিজেপি নেতৃত্বই শুকুৰবাৰে জিলা কাৰ্যালয়ত অনুষ্ঠিত কৰা এক সংবাদমেলত এই সংকল্প যাত্ৰাৰ কাৰ্য্যসূচী ঘোষণা কৰে ।

ধুবুৰী জিলা বিজেপি নেতৃত্বৰ সংবাদমেল

এই সংবাদমেলত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কমিটিৰ উপ সভাপতি বিমল ওচৱাল, বিধায়ক অশ্বিনী ৰায় সৰকাৰ, জিলা সমিতিৰ সভাপতি দ্বীপক কুমাৰ সাহা, উপ-সভাপতি ডাঃ দেৱময় সান্যাল আৰু সাধাৰণ সম্পাদক প্ৰচেনজিৎ দত্ত, ধুবুৰী পৌৰসভাৰ পৌৰনেত্ৰী পুষ্প মালো আৰু জিলা যুৱ মৰ্চাৰ সভাপতি নির্মাল্য পাল ৷ সংবাদমেলতে ৰাজ্যিক বিজেপিৰ উপ সভাপতি বিমল ওচৱালে জানিবলৈ দিয়া অনুসৰি, ধুবুৰী লোকসভা সমষ্টিত অহা ১৫ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ গান্ধী সংকল্প যাত্ৰাৰ আয়োজন কৰা হ'ব ৷

ইপিনে ১৫ অক্টোবৰৰ দিনা সত্ৰশালৰ ৰামৰাইকুটি সত্ৰৰ পৰা আৰম্ভ হ'বলগীয়া সংকল্প যাত্ৰাৰ সামৰণি পৰিব মানকাচৰত । এই সংকল্প যাত্ৰাই প্ৰতিদিনে পোন্ধৰ কিলোমিটাৰ খোজ কাঢ়ি ৰাইজৰ মাজত গান্ধীজীৰ কৰ্মৰাজি সম্পৰ্কে আলোচনা কৰিব বুলি কৈ সকলোকে এই সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰাৰ আহ্বান জনায় বিধায়ক অশ্বিনী ৰায় সৰকাৰে ।

Intro:জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে দেশজুৰি পালন কৰা হব গান্ধী সংকল্প যাত্ৰা। ধুবুৰীত ১৫ অক্টোবৰৰ পৰা আৰম্ভ হব এই সংকল্প যাত্ৰা।

Body:
জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে দেশজুৰি আৰম্ভ হব গান্ধী সংকল্প যাত্ৰা। দেশৰ ভিন্ন প্ৰান্তত ইতিমধ্যে এই সংকল্প যাত্ৰা আৰম্ভ হৈছে যদিওঁ অসমত ১৫ অক্টোবৰৰ পৰা আৰম্ভ হব এই সংকল্প যাত্ৰা। এই সন্দৰ্ভদ ধুবুৰী জিলা বিজেপি নেতৃত্বই আজি জিলা কাৰ্য্যালয়ত অনুষ্ঠিত কৰা এক সংবাদমেলত এই সংকল্প যাত্ৰাৰ কাৰ্য্যসূচী ঘোষণা কৰে। বিজেপিৰ ৰাজ্যিক কমিটিৰ উপ সভাপতি বিমল ওচৱাল, বিধায়ক অশ্বিনী ৰায় সৰকাৰ, জিলা সমিতিৰ সভাপতি দ্বীপক কুমাৰ সাহা, উপ সভাপতি ডাঃ দেৱময় সান্যাল আৰু সাধাৰণ সম্পাদক প্ৰচেনজিৎ দত্ত, ধুবুৰী পৌৰসভাৰ পৌৰনেত্ৰী পুষ্প মালো আৰু জিলা যুৱ মৰ্চাৰ সভাপতি নির্মাল্য পাল উপস্থিত থকা সংবাদমেলত ৰাজ্যিক বিজেপিৰ উপ সভাপতি বিমল ওচৱালে কোৱা মতে অহা ১৫ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ গান্ধী সংকল্প যাত্ৰা চলিব ধুবুৰী লোক সভা সমষ্টিত।

ইপিনে ১৫ অক্টোবৰৰ দিনা সত্ৰশালৰ ৰামৰাইকুটি সত্ৰৰ পৰা আৰম্ভ হবলগীয়া সংকল্প যাত্ৰাৰ সামৰণি পৰিব মানকাচৰত। এই সংকল্প যাত্ৰাই প্ৰতিদিনে পোন্ধৰ কিলোমিটাৰ খোজ কাঢ়ি ৰাইজৰ মাজত গান্ধীজীৰ কৰ্মৰাজি সম্পৰ্কে আলোচনা কৰিব বুলি কৈ সকলোকে এই সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰাৰ আহ্বান জনায় বিধায়ক অশ্বিনী ৰায় সৰকাৰে।

Byte:- অশ্বিনী ৰায় সৰকাৰ, বিধায়ক।।

Conclusion:উল্লেখযোগ্য যে, এই গান্ধী সংকল্প যাত্ৰাই ৰাইজৰ মাজলৈ গৈ গান্ধীজীৰ কৰ্মৰাজিৰ লগতে গান্ধীজীৰ আদৰ্শ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা অনাৰ বাবেই এই গান্ধী সংকল্প যাত্ৰা।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.