মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ স্বাস্থ্যৰ যতন ল’ব ৷ ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰক ৷ প্ৰেমত শুভ ৷ এলেহুৱা ভাব পৰিহাৰ কৰক ৷
বৃষ ৰাশি : দিনটো শুভ ৷ লক্ষ্যত সফল ৷ প্ৰেমত শুভ ৷ ভ্ৰমণৰ যুগ ৷ তথাপিও যাতায়তৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক ৷
মিথুন ৰাশি : দিনটো শুভ ৷ কৰ্মত সফলতা ৷ কৰ্মব্যস্ততা বৃদ্ধি৷ কৰ্ম জীৱনত পদোন্নতি লাভ ৷
ককৰ্ট ৰাশি : কৰমত মনোযোগ দিয়ক ৷ আবেগেৰে কৰ্ম নকৰিব ৷ পৰিশ্ৰমৰ ফল লাভ ৷ ভাল বন্ধু লাভ ৷
সিংহ ৰাশি : নিজৰ ওপৰত ভৰষা ৰাখক ৷ বিপদৰ শংকা ৷ সতৰ্কতা অৱলম্বন কৰক ৷ কৰ্মত মনোযোগ দিয়ক ৷
কন্যা ৰাশি : কৰ্ম ব্যস্তাত বৃদ্ধি ৷ নতুন বন্ধু লাভ ৷ প্ৰেমত শুভ ৷ দিনটো শুভ ৷ পৰিয়ালৰ লগত আনন্দৰে সময় পাৰ কৰিব ৷
তুলা ৰাশি : কলাৰ সদ ব্যৱহাৰ কৰক ৷ দিনটো শুভ ৷ ভাগ্য ভাল ৷ গ্ৰহ ভাল ৷ আয় বৃদ্ধি ৷ কৰ্ম জীৱন সুখৰ ৷
বৃশ্চিক ৰাশি : ব্যৱসায়ত ব্যস্ততা বৃদ্ধি ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ ব্যক্তিগত জীৱনত কৰ্ম ব্যস্ততাৰ প্ৰভাৱ পৰিব ৷
ধনু ৰাশি : প্ৰেমত শুভ ৷ দিনটো শুভ ৷ বিবাহিত জীৱন সুখৰ ৷ ভাগ্য ভাল ৷ বন্ধু-বৰ্গৰ লগত দিনটো আনন্দময় হ’ব ৷ সতৰ্কতা অৱলম্বন কৰক ৷
মকৰ ৰাশি : দায়িত্ব বৃদ্ধি ৷ নতুন কৰ্ম বা ব্যৱসায় আৰম্ভ ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ শিক্ষাৰ্থী সকলৰ বাবে দিনটো শুভ ৷ সফলতা অৰ্জন ৷
কুম্ভ ৰাশি : বিপদৰ শংকা ৷ কৰ্ম ব্যৱসায়ত উন্নত ৷ প্ৰেমত শুভ ৷ বন্ধুবৰ্গৰ লগত আনন্দৰে সময় অতিবাহিত হ’ব ৷ শিক্ষাৰ্থীসকলে পঢ়াত মনোযোগ দিয়ক ৷
মীন ৰাশি : খং-ৰাগ পৰিহাৰ কৰক ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ কৰ্মত মনোযোগ দিয়ক ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ লক্ষ্যত সফল ৷