ETV Bharat / business

মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮১.৫২ টকা হ্ৰাস

author img

By

Published : Sep 26, 2022, 2:19 PM IST

আমেৰিকাৰ মুদ্ৰাৰ দৃঢ়তা বৃদ্ধিৰ মাজতে সোমবাৰে আৰম্ভণিৰ ব্যৱসায়ত মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৪৩ পইচা হ্ৰাস পাই সৰ্বকালৰ সৰ্বনিম্ন ৮১.৫২ টকাত উপনীত হয়(share market news live updates) ।

rupee-hits-all-time-low-of-over-81-against-us-dollar-in-early-trade
মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮১.৫২ টকা হ্ৰাস

নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ: আমেৰিকাৰ মুদ্ৰাৰ দৃঢ়তা বৃদ্ধিৰ মাজতে সোমবাৰে আৰম্ভণিৰ ব্যৱসায়ত মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৪৩ পইচা হ্ৰাস পাই সৰ্বকালৰ সৰ্বনিম্ন ৮১.৫২ টকাত উপনীত হয় । ইয়াৰ সময়ত বিনিয়োগকাৰীৰ মাজত থকা ৰিস্ক এভাৰচন চেন্টিমেন্টেও টকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰে(US dollar in early trade) ।

ফৰেক্স ব্যৱসায়ীসকলে(forex exchange market News) কয় যে, ইউক্ৰেইনৰ সংঘাতৰ বাবে বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক বিপদ, ঘৰুৱা ইকুইটি বজাৰৰ হ্ৰাস আৰু বিদেশী পুঁজিৰ আউটফ্ল’ইও বিনিয়োগকাৰীৰ আৱেগক লাঘৱ কৰিছে ।

আন্তঃবেংক বৈদেশিক মুদ্ৰা বজাৰত ডলাৰৰ বিপৰীতে ৮১.৪৭ টকাত মুকলি হয়, তাৰ পিছত ৮১.৫২ লৈ হ্ৰাস পায় । এনেদৰে পূর্বৰ বন্ধ মূল্যৰ বিপৰীতে টকাৰ পৰিমাণ হ্ৰাস হৈ ৪৩ পইচা হয়গৈ ৷ শুকুৰবাৰে মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৩০ পইচা হ্ৰাস পাই ৮১.০৯ হয়গৈ(Share Market News) ।

ইফালে, ছটা প্ৰধান মুদ্ৰাৰ বিপৰীতে আমেৰিকান ডলাৰৰ অৱস্থান প্ৰতিফলিত কৰা ডলাৰ সূচকাংক ০.৬৭ শতাংশ বৃদ্ধি পাই ১১৩.৯৪ত উপনীত হৈছে । গ্লোবেল বেঞ্চমাৰ্ক ব্ৰেণ্ট খাৰুৱা তেলৰ ভৱিষ্যতৰ মূল্য ০.৫৮ শতাংশ হ্ৰাস পাই প্ৰতি বেৰেলত ৮৫.৬৫ ডলাৰ হৈছে । শ্বেয়াৰ বজাৰৰ অস্থায়ী তথ্য অনুসৰি শুকুৰবাৰে বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰীয়ে ২৮৯৯.৬৮ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী কৰে(share market news live updates) ।

লগতে পঢ়ক: মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে একেৰাহে চতুৰ্থবাৰলৈ সুতৰ হাৰ বৃদ্ধি কৰিব RBIয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.