ETV Bharat / business

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক বজাৰত নিজেই ক্ৰয় কৰিলে শাক-পাচলি: চাওক ভিডিঅ’

শনিবাৰে হঠাতে চেন্নাইৰ মাইলাপুৰৰ শাক-পাচলিৰ বজাৰত উপস্থিত হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ । ইয়াত তেওঁ কেৱল শাক-পাচলি বিক্ৰেতাৰ সৈতে কথা পতাই নহয়, শাক-পাচলি ক্ৰয় কৰা দেখা গৈছিল ।

finance-minister-nirmala-sitharamans-visit-to-mylapore-market-in-chennai
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক বজাৰত নিজেই ক্ৰয় কৰিলে শাক-পাচলি:চাওক ভিডিঅ’
author img

By

Published : Oct 9, 2022, 8:19 PM IST

নেশ্যনেল ডেস্ক, 9 অক্টোবৰ: শনিবাৰে চেন্নাইত উপস্থিত হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ(Finance Ministers visit to Chennai) । ভ্ৰমণৰ সময়ত তেওঁ স্থানীয় মাইলাপুৰৰ শাক-পাচলিৰ বজাৰত (Finance Minister in Mylapore market) উপস্থিত হয়, যাৰ ভিডিঅ’ তেওঁ নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰে ।

শাক-পাচলিৰ বজাৰত তেওঁ বিক্ৰেতা আৰু স্থানীয় বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰে(Nirmala Sitharaman Chennai sudden visit)। আনকি শাক-পাচলিৰ বাবে দৰদাম কৰিছিল, শাক-পাচলিও কিনিছিল(Sitharaman in Chennai market) । ইয়াৰ পিছত বিত্তমন্ত্ৰীৰ কাৰ্যালয়ে এটা ভিডিঅ’ প্ৰকাশ কৰে য’ত তেওঁক বজাৰৰ পৰা শাক-পাচলি ক্ৰয় কৰি থকা দেখা যায় ৷ স্থানীয় লোকসকলে তেওঁক বজাৰত দেখিবলৈ পাই সেই স্থানত উপস্থিত হৈ তেওঁক সম্ভাষণ জনায়(Fin Minister in vegetable market) ।

  • During her day-long visit to Chennai, Smt @nsitharaman made a halt at Mylapore market where she interacted with the vendors & local residents and also purchased vegetables. pic.twitter.com/emJlu81BRh

    — NSitharamanOffice (@nsitharamanoffc) October 8, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, সীতাৰমণে শাক-পাচলি বিক্ৰেতা আৰু স্থানীয় লোকৰ সৈতে মত বিনিময় কৰিছিল, যিসকলে তেওঁক বজাৰত দেখি আনন্দিত হৈছিল । বিত্তমন্ত্ৰীগৰাকীয়ে অকলেই সেই স্থানত উপস্থিত হোৱা নাছিল, তেওঁৰ সৈতে লগত দেহৰক্ষীও উপস্থিত আছিল । কোৱা হৈছে যে, বিত্তমন্ত্ৰী সীতাৰমণ হয়তো শাক-পাচলি কিনাৰ পাছত নিজেই মুদ্ৰাস্ফীতি পৰীক্ষা কৰিবলৈ ইয়ালৈ আহিছিল ।

লগতে পঢ়ক: PAYC মটৰ বীমাৰ বিষয়ে আপুনি জানিবলগীয়া কেইটামান বিষয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.