ETV Bharat / business

ৰাইজক মাধমাৰ শোধাই পিঁয়াজৰ মূল্য প্ৰতিকিলোত 90 টকালৈ বৃদ্ধি - Assam Onion Price Hike Per KG 90 RS

ৰাজ্যত অব্যাহত আছে পিঁয়াজৰ মূল্যবৃদ্ধি ৷ দেওবাৰে ৰাজ্যৰ বিভিন্ন বজাৰত পিঁয়াজৰ দৰ প্ৰতিকিলোত 90 টকালৈ বৃদ্ধি পায় ৷

90ৰ ঘৰত পিঁয়াজৰ মূল্য
90ৰ ঘৰত পিঁয়াজৰ মূল্য
author img

By

Published : Dec 1, 2019, 10:20 AM IST

টীয়ক, 1 ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে পিঁয়াজৰ ভয়ংকৰ মূল্যবৃদ্ধি ৷ সাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন শোধাই পিঁয়াজৰ দৰ বৃদ্ধি হয় 90 টকালৈ ৷ দেওবাৰে ৰাজ্যৰ বিভিন্ন বজাৰত পিঁয়াজৰ দৰ প্ৰতিকিলোত 90 টকালৈ বৃদ্ধি হয় ৷

90ৰ ঘৰত পিঁয়াজৰ মূল্য

যোৰহাট জিলাৰ টীয়ক সাপ্তাহিক বজাৰত দেওবাৰে প্ৰতিকিলো পিঁয়াজৰ দৰ হয় 90 টকা ৷ অসম চৰকাৰৰ লগতে যোগান বিভাগৰ চৰম নিয়ন্ত্ৰণহীনতাৰ বাবে এইদৰে পিঁয়াজৰ মূল্যবৃদ্ধি হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গ্ৰাহক তথা ব্যৱসায়ীসকলে ৷ অতিশীঘ্ৰেই পিঁয়াজৰ এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজ তথা ব্যৱসায়ীসকলে ৷

লগতে পঢ়কঃ পিঁয়াজৰ বৰ্ধিত মূল্যঃ কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিশেষ পদক্ষেপ

Intro:Body:টীয়কৰ বজাৰত প্ৰতিকিলো পিঁয়াজৰ দাম ৯০ টকা/সাধাৰণ গ্ৰাহকক মাধমাৰ
TEOK:বৰ্তমান সোণতকৈও মূল্যবান হৈ পৰিছে পিঁয়াজ।সমগ্ৰ ৰাজ্যতে পিঁয়াজৰ বৰ্দ্ধিত দৰে জলাকলা খুৱাইছে সাধাৰণ গ্ৰাহকক। অসম চৰকাৰৰ যোগান বিভাগৰ চৰম নিয়ন্ত্ৰনহীনতাৰ বাবে পিঁয়াজৰ মূল্য প্ৰতি কিলোত ৯০ টকা হৈছেগৈ। যোৰহাট জিলাৰ টীয়কৰ সপ্তাহিক বজাৰত আজি পিয়াঁজৰ এনে উদ্ধমুখী দামৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে দোকানী তথা গ্ৰাহকে।লগতে অতি সোণকালে বৰ্দ্ধিত এই মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.