ETV Bharat / business

শনিবাৰৰ পৰা নীতি আয়োগৰ পঞ্চমখন অধিবেশন আৰম্ভ

এই অধিবেশনত খৰাং, কৃষি খণ্ডৰ ক্ষয় ক্ষতি, বৰষুণৰ পানী সংৰক্ষণ, খাৰিফ শস্য বাবে প্ৰস্তুতি আদি বিষয়ক প্ৰধান্য দিয়া হ’ব ৷

author img

By

Published : Jun 15, 2019, 5:25 PM IST

Updated : Jun 15, 2019, 5:46 PM IST

শনিবাৰৰ পৰা নীতি আয়োগৰ পঞ্চমখন অধিবেশন অৰম্ভ

নতুন দিল্লী, 15 জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৈঠক আৰম্ভ ৷ 2019 চনৰ বাজেট অধিবেশনৰ প্ৰাক মুহুৰ্তত প্ৰধানমন্ত্ৰীৰ এই অধিবেশন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নীতি আয়োগৰ পঞ্চমখন অধিৱেশন শনিবাৰৰ পৰা ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছে ৷ এই অধিৱেশনত খৰাং, কৃষি খণ্ডৰ ক্ষয় ক্ষতি, বৰষুণৰ পানী সংৰক্ষণ, ৰবি-খাৰিফ শস্য বাবে প্ৰস্তুতি আদি বিষয়ক প্ৰধান্য দিয়া হ’ব ৷ ইয়াৰ উপৰিও এই অধিৱেশনখনত মাওবাদী অধ্যুষিত অঞ্চলসমূহৰ নিৰাপত্তা ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব ৷

  • The agenda of the #FifthGCM will focus on the #AspirationalDistricts Programme, launched in January 2018.

    Based on the core principle of ‘Sabka Saath, Sabka Vikas, Sabka Vishwaas’, the programme ensures universal implementation of welfare schemes and inclusive growth. pic.twitter.com/4pF8AM4Jd3

    — NITI Aayog (@NITIAayog) June 14, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
অধিৱেশনখনত অংশগ্ৰহন কৰিছে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লেফটেনেণ্ট গবৰ্ণৰ, কেন্দ্ৰীয় মন্ত্ৰী আৰু উচ্চ পদস্থ চৰকাৰী বিষয়া সমূহ ৷ অৱশ্যে এই অধিবেশনখন ফলপ্ৰসু নহ'ব বুলি মন্তব্য কৰি অধিবেশনখনত অংশগ্ৰহন কৰাৰ পৰা বিৰত থাকে মমতা বেনাৰ্জী আৰু কে চন্দ্ৰশেখৰ ৰাও ৷ উল্লেখ্য যে নীতি আয়োগৰ প্ৰথমখন অধিবেশন 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ৷

Sri Muktsar Sahib (Punjab), June 15 (ANI): A woman was brutally thrashed in Punjab's Sri Muktsar Sahib district on Friday. She was dragged out of her home and mercilessly beaten up by brother of Congress Councillor Rakesh Chaudhary and his aides. She was beaten up over a money lending issue. While speaking to ANI, Senior Superintendent of Police (SSP) of Sri Muktsar Sahib, Manjeet Dhesi said, "This is an extremely unfortunate incident and we have arrested six people and will push for severe punishment. Victim admitted to hospital."
Last Updated : Jun 15, 2019, 5:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.