ETV Bharat / business

ব্যক্তিগত খণ্ডৰ বেংকক চৰকাৰে যোগান নধৰে ধন

author img

By

Published : Jun 12, 2019, 8:31 AM IST

2018-19 বৰ্ষত ব্যক্তিগত খণ্ডৰ বেংকক চৰকাৰে প্ৰদান কৰিছিল 1.06 লাখ কোটি টকা৷

ব্যক্তিগত খণ্ডৰ বেংকক চৰকাৰে যোগান নধৰে ধন

নিউজ ডেস্ক, 12 জুন : বিগত বৰ্ষত ব্যক্তিগত খণ্ডৰ বেংকলৈ 1.06 লাখ টকা কোটি টকাৰ মূলধন প্ৰদান কৰাৰ পাচতেই আগন্তুক বাজেটত বিত্ত মন্ত্ৰালয়ে কোনোধৰণৰ অনুদান প্ৰদান নকৰে ব্যক্তিগত খণ্ডৰ বেংকক ৷ মঙলবাৰে বিভাগীয় সূত্ৰই প্ৰকাশ কৰে এই তথ্য ৷

2018-19 বৰ্ষত ব্যক্তিগত খণ্ডৰ বেংকক চৰকাৰে প্ৰদান কৰে 1.06 লাখ কোটি টকা ৷ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰম্পট কৰেক্টিভ এক্সচ (PCA) ৰ অধীনত প্ৰদান কৰা হৈছিল এই ধন ৷

ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, 2019 ৰ এপ্ৰিল মাহত বেংকৰ ঋণৰ হাৰ বৃদ্ধি পাইছিল 11.7 শতাংশলৈ ৷ 12 টাকৈ ব্যক্তিগত খণ্ডৰ বেংকক বিগত ফেব্ৰুৱাৰী মাহত ক্ষতিপূৰণ হিচাপে চৰকাৰে প্ৰদান কৰে 48,239 কোটি টকাৰ ধন ৷ উল্লেখ্য যে, এই ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ ভিতৰত আছে নীৰৱ মোডীয়ে ঋণ প্ৰতাৰণা কৰা পঞ্জাৱ নেচনেল বেংকো ৷

Intro:Body:

"We have not sought any capital in the Budget so far for banks recapitalisation. The reviews of their funding needs are usually done in Q3 (third quarter) onwards, so we don't know the assessment as of now," the source said.

New Delhi: After enhancing the recapitalisation amount for public sector banks (PSBs) to Rs 1.06 lakh crore in the last fiscal, the Finance Ministry is not in favour of infusing more funds in PSBs so soon after, and is unlikely to seek provision for it in the forthcoming Union Budget, an official source said on Tuesday.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.