ETV Bharat / business

বিমানৰ দৰে সকলো সা-সুবিধা এতিয়া ৰেলত পাব !

author img

By

Published : Aug 7, 2019, 10:42 PM IST

গ্ৰাহকৰ সুবিধাৰ্থে  আই আৰ চি টি চিয়ে 34 গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত 'এয়াৰ হোষ্টেচ' আৰু 'ফ্লাইট স্তিউৱাৰ্দেচ' 6 মাহৰ ট্ৰায়েলৰ বাবে নিয়োগ কৰিছে ৷

ভাৰতীয় ৰেলৱেয়ে আগবঢ়াব বিমানৰ দৰে সেৱা

নিউজ ডেস্ক,7 আগষ্টঃ বিমানসেৱাৰ দৰে উৎকৃষ্ট মানৰ সেৱা আগবঢ়াব ভাৰতীয় ৰেলৱেয়ে ৷ ভাৰতৰ উৎকৃষ্ট মানৰ ৰেল 'বন্দে ভাৰত এক্সপ্ৰেচত' এক পায়লট প্ৰজেক্টৰ আধাৰত পৰীক্ষণ কৰা হৈছিল য’ত বিমানৰ নিচিনাকৈ এয়াৰ হোষ্টেচ নিয়োগ কৰা হৈছিল ৷ আই আৰ চি টি চিক এই ট্ৰায়েল প্ৰজেক্টৰ দায়িত্ব প্ৰদান কৰা হৈছিল ৷ গ্ৰাহকৰ সুবিধাৰ্থে আই আৰ চি টি চিয়ে 34 গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত 'এয়াৰ হোষ্টেচ' আৰু 'ফ্লাইট স্তিউৱাৰ্দেচ' 6 মাহৰ ট্ৰায়েলৰ বাবে নিয়োগ কৰিছে ৷ এই পৰীক্ষণ সফল হোৱাৰ বাবে এতিয়া এই সুবিধা অন্য ৰেল সমূহতো আগবঢ়োৱাৰ কথা চিন্তা কৰিছে আই আৰ চি টি চিয়ে ৷

ETV BHARAT ASSAM

'বন্দে ভাৰত এক্সপ্ৰেচ' ৰেলখন এটা চেন্নাইৰ ৰেল নিৰ্মান প্ৰতিষ্ঠানে 18 মাহৰ সময় লৈ সাজি উলিয়াইছে ৷ এই ৰেলখন ভাৰতৰ 'Make in India' আঁচনিৰ আঁত ধৰি নিৰ্মাণ কৰা হৈছে ৷ ৰেলখনত আছে 'Regenerative Braking System' (শক্তি ৰাহি কৰা এক বিশেষ ব্যৱস্থা) আৰু ই 30 শতাংশ বিদ্যুত শক্তি সংৰক্ষন কৰাত সহায় কৰিব ৷

Intro:Body:

In a big step aimed at enhancing passengers' convenience, the IRCTC has brought 34 trained air hostesses and flight steward on Vande Bharat Express for the duration of six months for a trail service. If turned out to be successful, such a service is likely to be implemented in other trains as well.

New Delhi: With an aim to provide flight-like hospitality to passengers onboard, Indian Railways has implemented a pilot project where it has deployed air hostesses and flight stewards in India's supreme train, Vande Bharat Express.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.