নিউজ ডেস্ক,৭জুনঃ ব্যক্তিগত খণ্ডৰ বেংকক 17,705.64 কোটিৰ ঋণ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ 100 শতাংশ জৰুকালিন গ্যাৰেন্তি প্ৰদান আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে এই ঋণ প্ৰদান কৰিছে । এই আঁচনি আত্মনিৰ্ভয় ভাৰত অথনৈতিক পেকেজৰ জৰিয়তে প্ৰদান কৰা হৈছে যাতে কৰণা মহামাৰিৰ পৰা পৰিত্রান পোৱাৰ লগতে দেশৰ অথনৈতিক অৱস্থা টনকিয়াল হয় ।
শুক্ৰবাৰে প্ৰথম পৰ্যায়ত 8,320.24 কোটি টকা মোকলাই দিয়া হয় বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে টুইট যোগে উল্লেখ কৰে ।
-
As of 5 June 2020, #PSBs have sanctioned loans worth Rs 17,705.64 crore under the 100% Emergency Credit Line Guarantee Scheme, out of which Rs 8320.24 crore have been disbursed. Here are the bank-wise and state-wise details. #AatmanirbharBharat #MSMEs pic.twitter.com/8uJWRlAFJX
— NSitharamanOffice (@nsitharamanoffc) June 7, 2020 " class="align-text-top noRightClick twitterSection" data="
">As of 5 June 2020, #PSBs have sanctioned loans worth Rs 17,705.64 crore under the 100% Emergency Credit Line Guarantee Scheme, out of which Rs 8320.24 crore have been disbursed. Here are the bank-wise and state-wise details. #AatmanirbharBharat #MSMEs pic.twitter.com/8uJWRlAFJX
— NSitharamanOffice (@nsitharamanoffc) June 7, 2020As of 5 June 2020, #PSBs have sanctioned loans worth Rs 17,705.64 crore under the 100% Emergency Credit Line Guarantee Scheme, out of which Rs 8320.24 crore have been disbursed. Here are the bank-wise and state-wise details. #AatmanirbharBharat #MSMEs pic.twitter.com/8uJWRlAFJX
— NSitharamanOffice (@nsitharamanoffc) June 7, 2020
বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি SBIক 11,701.06 কোটি টকা প্ৰথম পৰ্যায়ত অনুদান হিচাপে আগবঢ়োৱা হৈছে আৰু 6,084.71কোটি ঋণ হিচাপে প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে তামিলনাডু চৰকাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ পেকেজৰ সুবিধা ল'বলৈ আগবাঢ়ি অহা দেখা গৈছে ।