ETV Bharat / business

বন্ধ হ'ব Greater Noida plant প্ৰকল্পৰ গাড়ী উৎপাদন !

author img

By

Published : Dec 20, 2020, 9:39 AM IST

উত্তৰ প্ৰদেশৰ Greater Noida plant প্ৰকল্পৰ উৎপাদন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে Honda Cars India Ltd য়ে ৷ প্ৰতিষ্ঠানটোৰ এক সুত্ৰই সদৰি কৰিছে এই তথ্য ৷

honda-stops-production-at-greater-noida-facility
বন্ধ কৰা হ'ব Greater Noida plant প্ৰকল্পৰ উৎপাদন

নিউজ ডেস্ক, 20 ডিচেম্বৰ : Honda Cars India Ltd য়ে উত্তৰ প্ৰদেশৰ Greater Noida plant প্ৰকল্পৰ উৎপাদন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ জাপানী হোণ্ডা মটৰ কোম্পানীৰ সম্পূৰ্ণ মালিকাধীন এই প্ৰতিষ্ঠানটোৱে 1997 চনতে Greater Noida plant প্ৰকল্পটো স্থাপন কৰিছিল ৷

প্ৰতিষ্ঠানটোৰ এক সূত্ৰই সদৰি কৰা অনুসৰি ইতিমধ্য ইয়াৰ মুখ্য কাৰ্যালয়ৰ লগতে অন্যান্য বিভাগ সমূহ আন কাৰ্যক্ষেত্ৰৰ বাবে ৰখা হৈছে ৷ Honda Cars India Ltd ৰ উৎপাদন ক্ষমতা 1997 চনৰ নৱেম্বৰ মাহত 6,459 ইউনিট হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ নৱেম্বৰ মহত 55 শতাংশ বৃদ্ধি হৈ 9,990 ইউনিট হয় বুলিও সদৰি কৰে সূত্ৰটোৱে ৷

হোণ্ডা কাৰছ্-ৰ City, CR-V and Civic আদি মডেল সমূহ তৈয়াৰ কৰাত Greater Noida plant প্ৰকল্পৰ উৎপাদন ক্ষমতা প্ৰায় এক লাখ ইউনিট আছিল ৷ দেশৰ ভিতৰত কাৰ নিৰ্মাণ কৰাত এই প্ৰকল্পটোৱে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল যদিও হঠাৎ উৎপাদন বন্ধ কৰাৰ মূল কাৰণ প্ৰকাশ কৰা নাই প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক:দহ দিনীয়া বৰাক ভ্ৰমণ কাৰ্যসূচী বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.