ETV Bharat / business

বন্ধ হ'ব নেকি পেটিএম ! - plea

দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক পেটিএম পোষ্ট পেড ৱেলেটৰ ওপৰত দাখিল কৰা  আৱেদনৰ  উত্তৰ বিচাৰিছে ৷ আৱেদন খনত পেটিএম পোষ্টপেড ৱেলেট বে-আইনী আৰু অনাধিকৃত আখ্যা দি আদালতত তাৰ বিৰোধে গোচৰ তৰা হৈছিল ৷

পেটিএম পোষ্ট পেডৰ ক্ষেত্ৰত আৰবিআইৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে
author img

By

Published : May 28, 2019, 5:53 PM IST

নিউজ ডেস্ক 28 মেঃ দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকক পেটিএম পোষ্ট পেড ৱেলেটৰ ওপৰত দাখিল কৰা আবেদনৰ উত্তৰ বিচাৰিছে ৷ আবেদন খনত পেটিএম পোষ্টপেড ৱেলেট বে-আইনী আৰু অনাধিকৃত আখ্যা দি আদালতত তাৰ বিৰুদ্ধে গোচৰ তৰা হৈছিল ৷

etv bharat assam
পেটিএম পোষ্ট পেডৰ ক্ষেত্ৰত আৰবিআইৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

দিল্লী উচ্চ ন্যায়ালয়ত অৰ্থশাস্ত্ৰী অভিজিৎ মিশ্ৰাৰ হৈ অধিবক্তা পায়েল পহলে দাখিল কৰা আৱেদনৰ শুনানি সোমবাৰে ন্য়ায়ালয়ে গ্ৰহণ কৰিছিল ৷ মিশ্ৰাই আৱেদন খনত উল্লেখ কৰিছিল যে পেটিএম পষ্ট পেড ৱেলেটৰ সঞ্চালন প্ৰক্ৰিয়া অবৈধ কাৰণ বেংকক অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ সময়ত আৰবিআইৰ নিৰ্দেশৱালীৰ অধীনত ৱেলেটত ঋণ প্ৰদানৰ কাৰণে অনুমোদন জনোৱা নহয় ৷ দিল্লী উচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধীশ ৰাজেন্দ্ৰ মেননৰ অধ্যক্ষতাত খণ্ড বিচাৰপীঠে আৰবিআই আৰু পেটিএম পেমেণ্ট বেংকৰ পৰা ইয়াৰ বাবে উত্তৰ বিচাৰিছে ৷

নিউজ ডেস্ক 28 মেঃ দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে ভাৰতীয় ৰিজাৰ্ৱ বেংকক পেটিএম পোষ্ট পেড ৱেলেটৰ ওপৰত দাখিল কৰা  আৱেদনৰ  উত্তৰ বিচাৰিছে৷ আৱেদন খনত পেটিএম পোষ্টপেড ৱেলেট বে-আইনী আৰু অনাধিকৃত আখ্যা দি আদালতত তাৰ বিৰোধে গোচৰ তৰা হৈছিল৷
দিল্লী উচ্চ ন্যায়ালয়ত অৰ্থশাস্ত্ৰী অভিজিৎ মিশ্ৰাৰ হৈ অধিবক্তা পায়েল পহলে দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰিছিল৷ মিশ্ৰাই আৱেদন খনত উল্লেখ কৰিছিল যে পেটিএম পষ্ট পেড ৱেলেটৰ সঞ্চালন প্ৰক্ৰিয়া অবৈধ কাৰণ বেংকক অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ সময়ত আৰবিআইৰ নিৰ্দেশৱালীৰ অধীনত ৱেলেট ঋণ প্ৰদানৰ কাৰণে অনুমোদন কৰা নহয়৷   দিল্লী উচ্চ ন্যায়ালৰ মুখ্য ন্যায়াধিশ ৰাজেন্দ্ৰ মেনন অধ্যক্ষতাৰ খণ্ড পীঠে আৰবিআই আৰু পেটিএম পেমেণ্ট বেংকৰ পৰা ইয়াৰ বাবে উত্তৰ বিচাৰিছে৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.