ETV Bharat / business

মহিলাৰ স্বৱলম্বিতাৰ বাবে বিশেষ পদক্ষেপ

স্বাৱলম্বী হৈছে গৰাকীৰো অধিক মহিলা

সমাজৰ দ্বাৰা অৱহেলিত নাৰী সকলক স্বাৱলম্বীতাৰ বাবে সংগঠন
author img

By

Published : Feb 15, 2019, 9:49 PM IST

যোৰহাট, ১৫ ডিচেম্বৰঃ ঘৰুৱা হিংসা অথবা সমাজৰ দ্বাৰা অৱহেলিত নাৰী সকলক স্বাৱলম্বী কৰিবলৈ এক পদক্ষেপ হাতত লৈছিল যোৰহাটৰ এগৰাকী উদ্যমী মহিলাই। এই উদ্যেশ্ৰেৰে জয়শ্ৰী বৰা নামৰ মহিলাগৰাকীয়ে প্ৰতিষ্ঠা কৰিছিল "ৰেঙনি,-এক মঞ্চ নাৰীৰ দ্বাৰা পৰিচালিত নাৰীৰ বাবে" শীৰ্ষক স্বেচ্ছাসেৱী সংগঠন।

সমাজৰ দ্বাৰা অৱহেলিত নাৰী সকলক স্বাৱলম্বীতাৰ বাবে সংগঠন
undefined

এই সংগঠনে বানিজ্যিক ভিত্তিত ফুলৰ খেতি কৰাৰ লগতে লাদাডাং নামৰ বিশেষ হালধিৰ খেতিত মনোনিবেশ কৰি স্বাৱলম্বী হৈ আছে ৩০ গৰাকীৰো অধিক নাৰী। উল্লেখ্য যে, দূৰাৰোগ্য ৰোগ নিৰাময়ৰ বাবে বিখ্যাত লাদাডাং নামৰ হালধিৰ বিধৰ বজাৰৰ মূল্য বহু বেছি।

ৰেঙনি,
এক মঞ্চ নাৰীৰ দ্বাৰা পৰিচালিত নাৰীৰ বাবে।

সম অধীকাৰৰ কথা কোৱা সমাজত আজিও নাৰীৰ প্ৰতি পূৰুষ প্ৰধান সমাজত অবহলি দৃষ্টি।নাৰীৰ অধিকাৰ খৰ্ব হয় নিজ ঘৰৰ পৰাই।আজিও নাই নাৰীৰ ভুমি অধিকাৰ।নিজৰ অধিকাৰ বিচাৰি হাবাথুৰি খাব লাগে নাৰীয়ে।আজিৰ নাৰী য়ে কৰিব নোৱাৰে কি।

কিন্তু তথাপিও অনাদৰ আৰু অৱহেলিত।প্ৰতিটো কৰ্মত মাথোঁ বাধা।ঘৰৱা হিংসা আছেই।ঘৰৱা হিংসাৰ ফলত নাৰীৰ জীৱনলৈ আহে অনাকাংশিক শংকা।যাৰফলত বহু সময়ত নাৰীয়ে বাচি লয় চৰম পথ।কিন্তু "ৰেঙনি"হল আশ্ৰয় আৰু আশাৰ প্ৰকৃত স্হান।যোৰহাটৰ সদৰত অৱস্থিত ৰেঙনি নাৰ্ছাৰীৰ প্ৰতিস্থাক আৰু পৰিচালক জয়শ্ৰী বৰা।

মনত পুহি ৰখা সপোন দেখিবলৈ সক্ষম এতিয়া জয়শ্ৰী য়ে ৩০ গৰাকী মহিলা লগতলৈ আগবাঢ়ি গৈছে নিজৰ লক্ষ্যত। উল্লেখযোগ্য যে পৰিয়ালৰ লগতে সমাজৰ দ্বাৰা অৱহেলিত আৰু ঘৰৱা হিংসাৰ বলি হোৱা নাৰী সকলক লৈ সম্পূৰ্ণ সুচল ভাৱে আগবঢ়াই নিছে ৰেঙনি ক।আনকি আৰ্থিক ভাৱে স্বছললো হবলৈ সক্ষম হৈছে।ঋতু অনুযায়ী বতৰৰ ফুলৰ পুলি আৰু ফুলৰ লগতে স্হায়ী গছৰ পুলি বিক্ৰী কৰি আহিছে।

লাদাডাং নামৰ বিশেষ হালধিৰ খেতিত মনোনিবেশ কৰিছে।দূৰাৰোগ নিৰ্মুলৰ বাবে বিখ্যাত লাদাডাং নামৰ হালধিৰ বিধৰ বজাৰৰ মূল্য বহু উচ্চ।আনকি বিদেশৰ বজাৰত চাহিদা বেছি।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.