ETV Bharat / business

চেনছেক্সৰ 635 পইণ্ট উত্তৰণ, নিফটিয়ো 12,200 লৈ উন্নীত

author img

By

Published : Jan 9, 2020, 11:52 PM IST

তেলৰ মূল্য প্ৰতিবেৰেলত 0.40 শতাংশ বৃদ্ধি হৈ 65.70 আমেৰিকান ডলাৰ হৈছে ৷ চাংহাই, হংকং, টকীয় ইত্যাদিত শ্বেয়াৰ বজাৰ 2.31 শতাংশ বৃদ্ধি পাইছে ৷

sensex-zooms-635-points-nifty-reclaims-12200
চেনছেক্সৰ 635 পইণ্ট উত্তৰণ

নতুন দিল্লীঃ বৃহস্পতিবাৰে বোম্বাই ষ্টক এক্সেইঞ্জৰ সূচকাংক 635 পইণ্ট উন্নতিৰে 1.55 শতাংশ বৃদ্ধি হৈ 41,452 পইণ্ট স্পৰ্শ কৰে ৷ একেদৰে নিফ্​টিয়ো 190.55 পইণ্টৰ অগ্ৰগতিৰে 1.58 শতাংশ উন্নীত হয় ৷ নিফ্​টিয়ে বৰ্তমান 12,215.90 অংকত অৱস্থান কৰিছে ৷ চেনছেক্স আৰু নিফ্​টিৰ উত্থানে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলি থকা উদ্বিগ্নতাৰ ববে বজাৰ সম্পৰ্কে বিনিয়োগকাৰীৰ মাজত থকা শংকা কিছু পৰিমানে হ্ৰাস কৰা বুলি বহুতে ধাৰণা কৰিছে ৷

লাভ অৰ্জনৰ ক্ষেত্ৰত আছে আই চি আই চি আই বেংক, ভাৰতীয় ষ্টেট বেংক ইত্যাদি, এম এণ্ড এম, ইণ্ডাষ্ট্ৰিয়েল বেংক, মাৰুটি চুজুকি, এচিয়ান পেইণ্ট আৰু ৰিলায়েন্স উদ্যোগ ৷
আনহাতে টি চি এচ, এইড্​চ চি এল টেক্​, এন টি পি চি আৰু ছান ফাৰ্মা কিছু লোকচানৰ সন্মূখীন হৈছে ৷

গোলকীয় বজাৰৰ ক্ষেত্ৰত তেলৰ মূল্য প্ৰতিবেৰেলত 0.40 শতাংশ বৃদ্ধি হৈ 65.70 আমেৰিকান ডলাৰ হৈছে ৷ আনহাতে ভাৰতীয় টকা 26 পইচা বৃদ্ধি হৈ 71.43 প্ৰতি ডলাৰ আমেৰিকান ডলাৰ হৈছে ৷ চাংহাই, হংকং, টকিঅ' ইত্যাদিত শ্বেয়াৰ বজাৰ 2.31 শতাংশ বৃদ্ধি পাইছে ৷

লগতে পঢ়কঃ প্ৰস্তুতি সম্পূৰ্ণ হৈছে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ

Intro:Body:

চেনছেক্সৰ 635 পইণ্ট উত্তৰণ, নিফটিয়ো 12,200 লৈ উন্নীত

নতুন দিল্লীঃ বৃহস্পতিবাৰে  বোম্বাই ষ্টক এক্সেইঞ্জৰ সূচকাংক 635 পইণ্ট উন্নতিৰে 1.55 শতাংশ বৃদ্ধি হৈ 41,452 পইণ্ট স্পৰ্শ কৰে ৷ একেদৰে নিফ্​টিয়ো 190.55 পইণ্টৰ অগ্ৰগতিৰে 1.58 শতাংশ উন্নীত হয় ৷ নিফ্​টিয়ে বৰ্তমান 12,215.90 অংকত অৱস্থান কৰিছে ৷ চেনছেক্স আৰু নিফটিৰ উত্থানে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত চলি থকা উদ্বিগন্নতাৰ ববে বজাৰ সম্পৰ্কে বিনিয়োগকাৰীৰ মাজত থকা শংকা কিছু পৰিমানে হ্ৰাস কৰা বুলি বহুতে ধাৰণা কৰিছে ৷

লাভ অৰ্জনৰ ক্ষেত্ৰত আছে আই চি আই চি আই বেংক, ভাৰতীয় ষ্টেট বেংক ইত্যাদি, এম এণ্ড এম, ইণ্ডাষ্ট্ৰিয়েল বেংক, মাৰুটি চুজুকি, এচিয়ান পেইণ্ট আৰু ৰিলায়েন্স উদ্যোগ ৷

আনহাতে টি চি এচ, এইড্​চ চি এল টেক্​, এন টি পি চি আৰু ছান ফাৰ্মা কিছু লোকচানৰ সন্মূখীন হৈছে ৷

গোলকীয় বজাৰৰ ক্ষেত্ৰত তেলৰ মূল্য প্ৰতিবেৰেলত 0.40 শতাংশ বৃদ্ধি হৈ 65.70 আমেৰিকান ডলাৰ হৈছে ৷ আনহাতে ভাৰতীয়  টকা 26 পইচা বৃদ্ধি হৈ 71.43 প্ৰতি ডলাৰ আমেৰিকান ডলাৰ হৈছে ৷ চাংহাই, হংকং, টকীয় ইত্যাদিত শ্বেয়াৰ বজাৰ 2.31 শতাংশ বৃদ্ধি পাইছে ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.