ETV Bharat / business

DHFL একাউন্টৰ জৰিয়তে 3,688.58 কোটি টকা ঠগৰ অভিযোগ PNB বেংকৰ - পাঞ্জাৱ নেশ্যনেল বেংক

97000 কোটি টকা ঋণলৈ লৈছিল DHFL য়ে । এই কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পাচত IFO কে ধৰি ভিন্ন এজেঞ্চীয়ে তদন্ত আৰম্ভ কৰিছে ।

DHFL একাউন্ট
DHFL একাউন্ট
author img

By

Published : Jul 10, 2020, 6:13 PM IST

নিউজ ডেস্ক, 10 জুলাইঃ ৰাজ্যিক মালিকাধীন পাঞ্জাৱ নেশ্যনেল বেংকে NPA একাউন্টৰ জৰিয়তে দেৱান হাউছিং ফাইনেন্স লিমিটেডে 3,688.58 কোটি টকাৰ ঠগ কৰা বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকক অভিযোগ দাখিল কৰে ।

বেংকৰ এক প্ৰতিবেদনৰ পাচত DHFL ৰ বিৰুদ্ধে এই অভিযোগ পোহৰলৈ আহে । সংস্থাটোৱে মুঠ 97000 কোটি টকা ঋণলৈ লৈছিল ।

বেংকটোৱে পূৰ্বতেই নিৰ্ধাৰিত নীতি অনুসৰি 1,246.58 কোটি টকা বিচাৰিছিল । বিগত বছৰৰ নৱেম্বৰ মাহত ৰিজাৰ্ভ বেংকে বন্ধকীত থকা DHFLলৈ মদগ্ৰেজ লেণ্ডাৰ প্ৰেৰণ কৰি সাম্ভাব্য ঋণৰ সমাধান বিচাৰিছিল । কিন্তু তাৰ পাচতো কোম্পানীটোৱে নীতি উলংঘা কৰে । বৰ্তমান বিভিন্ন SIFO কে ধৰি ভিন্ন এজেঞ্চীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়কঃ বিহাৰৰ পশ্চিম চম্পাৰণ জিলাত ৪ গৰাকী নক্সাল নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.