ETV Bharat / business

বাহন বিক্ৰীৰ পৰিমান হ্ৰাস ডিচেম্বৰত - Passenger vehicle sales

ঘৰুৱা বাহন বিক্ৰীৰ পৰিমান 8.4 শতাংশ হ্ৰাস ৷ মটৰ চাইকেল বিক্ৰীৰ ক্ষেত্ৰটো দেখা গ'ল একেই ফলাফল ৷ ডিচেম্বৰ 2019 ত 12.01 শতাংশ হ্ৰাস পালে মটৰ চাইকেলৰ বিক্ৰী ৷

Passenger vehicle sales decline 1.24% in December
বাহন বিক্ৰীৰ পৰিমান হ্ৰাস ডিচেম্বৰত
author img

By

Published : Jan 10, 2020, 4:40 PM IST

নতুন দিল্লীঃ ঘৰুৱা যাত্ৰীবাহী বাহনৰ বিক্ৰী হ্ৰাস পালে ডিচেম্বৰত ৷ 1.24 শতাংশ হ্ৰাসেৰে 2,35,786 গোট বিক্ৰী হ'ল 2019 বৰ্ষৰ অন্তিমটো মাহত ৷ ইয়াৰ পৰিবৰ্তে 2018 চনৰ ডিচেম্বৰত ঘৰুৱা যাত্ৰীবাহী বাহন বিক্ৰীৰ পৰিমান আছিল 2,38,753 গোট ৷

ইপিনে, ঘৰুৱা বাহন বিক্ৰীৰ পৰিমান 8.4 শতাংশ হ্ৰাস পাইছে ডিচেম্বৰ মাহত ৷ 2018 বৰ্ষৰ ডিচেম্বৰত 1,55,159 গোট বিক্ৰী হোৱাৰ বিপৰীতে 2019 বৰ্ষৰ ডিচেম্বৰত বিক্ৰী হ'ল মাত্ৰ 1,42,126 গোট ৷ এই তথ্য প্ৰকাশ কৰে ভাৰতীয় অটোমবাইল নিৰ্মাণ ছ'চাইটি (SIAM) নামৰ এটি সংস্থাই ৷

লগতে পঢ়কঃ অসমীয়া জাতিয়ে শত্ৰুৰ আগত আঠু কাঢ়ি দ্বিতীয় শ্ৰেণী নাগৰিক হৈ জীয়াই থকা ইতিহাস নাইঃ

মটৰ চাইকেল বিক্ৰীৰ ক্ষেত্ৰটো দেখা গ'ল একেই ফলাফল ৷ ডিচেম্বৰ 2019 ত 12.01 শতাংশ হ্ৰাস পালে মটৰ চাইকেলৰ বিক্ৰী ৷ 2018 চনত 7,93,042 গোট বিক্ৰী হোৱাৰ বিপৰীতে 2019 ৰ ডিচেম্বৰত বিক্ৰী হ'ল 6,97,819 গোট ৷ আনহাতে সকলো দুচকীয়া বাহন বিক্ৰীৰ পৰিমান হ্ৰস পাইছে 16.6 শতাংশ ৷ 2018 ত 12,59,007 গোট বিক্ৰী হোৱাৰ বিপৰীতে 2019 ত বিক্ৰী হ'ল 10,50,038 গোট ৷

Intro:Body:

যাত্ৰীবাহী বাহন বিক্ৰীৰ পৰিমান 1.24% হ্ৰাস

নতুন দিল্লীঃ ঘৰুৱা যাত্ৰীবাহী বাহনৰ বিক্ৰী হ্ৰাস পালে ডিচেম্বৰত ৷ 1.24 শতাংশ হ্ৰাসেৰে 2,35,786 গোট বিক্ৰী হ'ল 2019 বৰ্ষৰ অন্তিমটো মাহত ৷ ইয়াৰ পৰিবৰ্তে 2018 চনৰ ডিচেম্বৰত ঘৰুৱা যাত্ৰীবাহী বাহন বিক্ৰীৰ পৰিমান আছিল 2,38,753 গোট ৷

ইপিনে, ঘৰুৱা বাহন বিক্ৰীৰ পৰিমান 8.4 শতাংশ হ্ৰাস পাইছে ডিচেম্বৰ মাহত ৷  2018 বৰ্ষৰ ডিচেম্বৰত 1,55,159 গোট বিক্ৰী হোৱাৰ বিপৰীতে 2019 বৰ্ষৰ ডিচেম্বৰত বিক্ৰী হ'ল মাত্ৰ 1,42,126 গোট  ৷  এই তথ্য প্ৰকাশ কৰে ভাৰতীয় অটোমবাইল নিৰ্মান ছচাইটি (SIAM) নামৰ এটি সংস্থাই ৷

মটৰ চাইকেল বিক্ৰীৰ ক্ষেত্ৰটো দেখা গ'ল একেই ফলাফল ৷ ডিচেম্বৰ 2019 ত 12.01 শতাংশ হ্ৰাস পালে মটৰ চাইকেলৰ বিক্ৰী ৷ 2018 চনত 7,93,042 গোট বিক্ৰী হোৱাৰ বিপৰীতে 2019 ৰ ডিচেম্বৰত বিক্ৰী হ'ল 6,97,819 গোট ৷ আনহাতে সকলো দুচকীয়া বাহন বিক্ৰীৰ পৰিমান হ্ৰস পাইছে 16.6 শতাংশ ৷ 2018 ত 12,59,007 গোট বিক্ৰী হোৱাৰ বিপৰীতে 2019 ত বিক্ৰী হ'ল 10,50,038 গোট ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.