ETV Bharat / business

Covid-19: সেৱা, সামগ্ৰী বাতিল কৰাৰ ফলত ব্যৱসায়ীয়ে দাবী কৰিব পাৰিব GST ৰিফাণ্ড

Central Board of Indirect Taxes and Customs (CBIC) ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ব্যৱসায়ীয়ে দাবী কৰিব পাৰিব GST ৰিফাণ্ড ৷

author img

By

Published : Apr 14, 2020, 11:00 PM IST

Central Board of Indirect Taxes and Customs (CBIC) ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ
GST ৰিফাণ্ড

বিজনেছ ডেস্ক, 14 এপ্ৰিল : Covid-19 আতংকৰ পৰিপ্ৰেক্ষিতত বিমান আৰু হোটেল খণ্ডই হেৰুৱাব লগা হৈছে বহুসংখ্যক বুকিং ৷ এনে খণ্ডসমূহক সকাহ প্ৰদানৰ উদ্দেশ্যে Central Board of Indirect Taxes and Customs (CBIC) য়ে GST refund দাবী কৰিব পাৰিব বুলি ঘোষণা কৰিছে ৷ এই দুই খণ্ডৰ সৈতে জড়িত ব্যৱসায়সমূহৰ ইনভইছ ওলোৱাৰ পাচতো বুকিং বাতিল হৈছে সেইসকলে GST ৰ ধন দাবী কৰিব পাৰিব ৷

টেক্স ইনভইচ ওলোৱাৰ পাচতো যোগানকাৰীক বুকিঙৰ সামগ্ৰী ঘূৰাই দিয়াৰ ফলত Form GST RFD-01 ৰ জৰিয়তে প্ৰদান কৰা কৰ উভতাই দিবলৈ দাবী কৰিব পৰা যাব ৷

লকডাউনৰ ফলত এই দুই খণ্ডত বিৰূপ প্ৰভাৱ পৰাৰ পাচতে CBIC য়ে এই ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত সকাহ পাব বহু ব্যৱসায়ীয়ে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.