নিউজ ডেস্ক, 26 মাৰ্চঃ তীব্ৰ আৰ্থিক সংকটত দেশৰ বিমানসেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান জেট এয়াৰৱেজ ৷ সোমবাৰে জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলে পত্নী অনিতা গোৱেলসহ পদত্যাগ কৰে ৷ মুম্বাইত অনুষ্ঠিত কোম্পানীটোৰ ব'ৰ্ডৰ এক জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
উৰি থাকিবনে জেট এয়াৰৱেজ?
প্ৰায় 8 হাজাৰ কোটি টকা ধাৰত ডুবি আছে জেট এয়াৰৱেজ ৷ ইতিমধ্যে দৰমহা লাভ নকৰাৰ বাবে জেট এয়াৰৱেজৰ পাইলট-কৰ্মচাৰীসকলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে ৷
নিউজ ডেস্ক, 26 মাৰ্চঃ তীব্ৰ আৰ্থিক সংকটত দেশৰ বিমানসেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান জেট এয়াৰৱেজ ৷ সোমবাৰে জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলে পত্নী অনিতা গোৱেলসহ পদত্যাগ কৰে ৷ মুম্বাইত অনুষ্ঠিত কোম্পানীটোৰ ব'ৰ্ডৰ এক জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
Mumbai: Jet Airways founder Naresh Goyal and his wife Anita Goyal exited from Jet Airways. As per the sources, the decision was announced in an emergency board meeting held in Mumbai on Monday. According to industry estimates, Jet's total debt is around Rs 8,000 crore. The company urgently needs funding to maintain whatever is left of its market share, even as the full-service carrier's pilots and crew are said to be approaching other airlines for employment.
Conclusion: