ETV Bharat / business

5G ৰ যুগলৈ সাজু এয়াৰটেল-নকিয়া - 5G ৰ যুগলৈ সাজু এয়াৰটেল-নকিয়া

আহিবলগীয়া 5G ৰ বাবে প্ৰস্তুতি চলাইছে এয়াৰটেল-নকিয়াই । এয়াৰটেলে 7,636 টকাৰে চুক্তিবদ্ধ হ'ল ন'কিয়াৰ সৈতে । নকিয়াই এয়াৰটেলৰ 5G কানেক্টিভিটি প্ৰদানৰ বাবে 2022 চনৰ ভিতৰত 300,000 ৰেডিঅ' ইউনিট স্থাপন কৰিব ।

Airtel signs Rs 7,636 crore deal with Nokia to get ready for 5G era

author img

By

Published : Apr 28, 2020, 6:08 PM IST

নিউজ ডেস্ক, 28 এপ্ৰিলঃ ভাৰতত নকিয়াৰ সৈতে শক্তিশালী 4G নেটৱৰ্ক প্ৰদান কৰা এয়াৰটেলে 5G যুগৰ বাবে পুনৰ চুক্তিবদ্ধ হৈছে নকিয়াৰ সৈতে । ইায়াৰ বাবে এয়াৰটেলে বিনিয়োগ কৰিছে 1 বিলিয়ন আমেৰিকান ডলাৰ । যাৰ ভাৰতীয় মূল্য 7,636 কোটি টকা ।

নকিয়া হৈছে এয়াৰটেল নেটৱৰ্কৰ সৰ্ববৃহৎ ভেন্দৰ । এই চুক্তিৰ ফলত নকিয়াই এয়াৰটেলক 5G নেটৱৰ্কত সহায় কৰিবলৈ 300,000 ৰেডিঅ' ইউনিট স্থাপন কৰিব । 2022 চনৰ ভিতৰত সম্পূৰ্ণ কৰিব এই লক্ষ ।

5G নেটৱৰ্ক মুকলি হোৱাৰ পাচত নকিয়াই কম সময়ত দ্ৰুত গতিত নেটৱৰ্ক প্ৰদান কৰিবলৈ এয়াৰটেলক সুবিধা কৰি দিব পাৰিব বুলি ধাৰণা কৰা হৈছে ।

ভাৰত বৰ্তমান বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ টেলিকম বজাৰ বিচাপে পৰিগণিত হৈছে । 2025 চনৰ ভিতৰত ভাৰতত মবাইল ব্যৱহাৰকাৰিৰ সংখ্যা 920 মিলিয়ন হ'ব । 2019 চনৰ পাচত ভাৰতত দাতা ট্ৰেফিক ইতিমধ্যে 47 শতাংশ বৃদ্ধি পাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.