ETV Bharat / business

ঘৰুৱা বিমানযাত্ৰাত অতিৰিক্ত 150 টকা সুৰক্ষা মাচুলঃ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়

author img

By

Published : Jun 8, 2019, 5:46 PM IST

চলিত বৰ্ষৰ এক জুলাইৰ পৰা দেশত নাথাকিব কোনোধৰণৰ যাত্ৰী সুৰক্ষা মাচুল ৷ বিমানযাত্ৰীয়ে ভৰি অহা যাত্ৰী সুৰক্ষা মাচুলৰ 130 টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা বিমান পৰিবহন সুৰক্ষা মাচুল নামে ভৰিব লাগিব 150 টকা ৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ৰ হৈ যুটীয়া সচিব উষা পাধীয়ে জাৰী কৰিছে এই নিৰ্দেশনা ৷

প্ৰতীকি ছবি

নিউজ ডেস্ক, 8 জুনঃ বিমানযাত্ৰা কৰি ভালপোৱা যাত্ৰীসকলে এতিয়াৰে পৰা ভৰিব লাগিব অতিৰিক্ত মাচুল ৷ পূৰ্বৰ যাত্ৰী সুৰক্ষা মাচুলৰ পৰিৱৰ্তে এতিয়াৰে পৰা যাত্ৰীৰ নামত প্ৰযোজ্য হ'ব বিমান পৰিবহন সুৰক্ষা মাচুল ৷ ইয়াৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে প্ৰদান কৰিছে সেউজ সংকেট ৷

EtvBharatAssam
প্ৰতিবেদনত প্ৰকাশিত তথ্য

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ হৈ যুটীয়া সচিব উষা পাধীয়ে এক নিৰ্দেশনা জাৰী কৰিছে ৷ নিৰ্দেশনাটোত সকলো ইণ্ডিয়ান এয়াৰলাইনচকে ধৰি সকলো অসামৰিক বিমান পৰিবহন সংস্থাক যাত্ৰী সুৰক্ষা মাচুলৰ 130 টকাৰ পৰিৱৰ্তে বিমান পৰিবহন সুৰক্ষা মাচুল নামে 150 টকাকৈ সংগ্ৰহ কৰিবলৈ কোৱা হৈছে ৷

লগতে পঢ়কঃ মুদ্ৰাস্ফীতিৰ পাচত ভাৰতত বৃদ্ধি হৈছে ই-ধনৰ ব্যৱহাৰ

অহা জুলাই মাহৰ এক তাৰিখৰ পৰাই সকলো অসামৰিক বিমান পৰিবহন সংস্থাই এই নতুন মাচুল সংগ্ৰহ কৰিবলৈ নিৰ্দেশনাটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে ৷ ঘৰুৱা বিমানযাত্ৰাত পৰিবহন কৰা বিদেশী যাত্ৰীৰ বাবে থকা 3.25 আমেৰিকান ডলাৰৰ বিপৰীতে এই মূল্য 4.85 আমেৰিকান ডলাৰ ধাৰ্য্য কৰা হৈছে ৷

Intro:Body:

Hyderabad: Air travel is going to become expensive as the central government has given its green signal for imposing Aviation Security Fees (ASF). Now air passengers will have to pay ASF instead of Passenger Service Fee (PSF).

As per an order by the Ministry of Civil Aviation, the central government has accorded the approval for levy of ASF.

The order states that the ASF for the domestic passengers will be levied at the rate of Rs 150 per embarking passenger.

Similarly, for the international passengers, ASF will be levied at the rate of USD 4.85 or equivalent Indian rupees per embarking passenger.

The rates of ASF will be applicable with effect from July 1, 2019, and will replace the PSF(SC) which was being charged so far at the rate of Rs 130 per embarking passenger for tickets issued against Indian rupees and USD 3.25 for tickets issued against foreign currency.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.