ETV Bharat / briefs

আপুনি মানসিক অশান্তিৰ অনুমান কৰিব নোৱাৰে : দীপিকা পাডুকন - মানসিক স্বাস্থ্য সম্বন্ধীয় অনুভৱ শ্বেয়াৰ দীপিকা পাডুকনৰ

হতাশাগ্ৰস্ত লোকসকলে মানসিক স্বাস্থ্যৰ স্থিতি অনুমান কৰিব নোৱাৰে । মানসিক স্বাস্থ্য সম্বন্ধীয় অনুভৱ শ্বেয়াৰ কৰা দীপিকা পাডুকনে টুইটাৰযোগে নিজ অনুভৱ ব্যক্ত কৰে ।

আপুনি মানসিক অশান্তিৰ অনুমান কৰিব নোৱাৰে : দীপিকা পাডুকন

author img

By

Published : Jun 20, 2020, 4:15 PM IST

চিটাৰা ডেস্ক, ২০ জুন : অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ পিছতে যেন সমগ্ৰ বলিউডতে চৰ্চাৰ বিষয়টো হৈছে ‘মানসিক অশান্তি’ । শনিবাৰে অভিনেত্ৰী দীপিকা পাডুকনে নিজৰ অভিজ্ঞতা ফালৰ পৰা সদৰী কৰে যে,হতাশাগ্ৰস্ত লোকসকলে মানসিক স্বাস্থ্যৰ স্থিতি অনুমান কৰিব নোৱাৰে ।

আপুনি মানসিক অশান্তিৰ অনুমান কৰিব নোৱাৰে : দীপিকা পাডুকন
আপুনি মানসিক অশান্তিৰ অনুমান কৰিব নোৱাৰে : দীপিকা পাডুকন

মানসিক স্বাস্থ্য সম্বন্ধীয় অনুভৱ শ্বেয়াৰ কৰা দীপিকা পাডুকনে টুইটাৰযোগে কয় যে, "মোৰ পিছত পুনৰাবৃত্তি: আপুনি মানসিক অশান্তিৰ অনুমান কৰিব নোৱাৰে ।" ("Repeat after me: You cannot 'snap out' of depression.") । অভিনেত্ৰী দীপিকাই সুশান্ত সিং ৰাজপুটৰ আকস্মিক মৃত্যু সন্দৰ্ভত এই অনুভৱ শ্বেয়াৰ কৰে ।

লগতে পঢ়ক : বঙাইগাঁৱত ধবংস বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.