ETV Bharat / briefs

কাৰ্বি আংলঙত পকছ' আইনৰ ওপৰত ৱেৱনিয়াৰ সম্পন্ন

author img

By

Published : Sep 30, 2020, 3:55 PM IST

দেশত বৰ্দ্ধিত হাৰত সংঘটিত হৈ অহা শিশু অপৰাধ জনিত ঘটনা সংক্ৰান্তত মঙলবাৰে কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত পকছ' আইনৰ ওপৰত এক ৱেৱনিয়াৰ অনুষ্ঠিত কৰা হয় ।

Webinar organised by DLSA
পকছ' আইনৰ ওপৰত ডিএলএছএৰ ওৱেভিনাৰ সম্পন্ন

ডিফু,৩০ ছেপ্তেম্বৰঃ দেশত বৰ্দ্ধিত হাৰত সংঘটিত হৈ অহা শিশু অপৰাধ জনিত ঘটনা সংক্ৰান্তত মঙলবাৰে কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত পকছ' আইনৰ ওপৰত এক ৱেৱনিয়াৰ অনুষ্ঠিত কৰা হয় ৷ ৱেৱনিয়াৰ খনত জিলা আইনসেৱা প্ৰাধিকৰণৰ সচিব তথা ন্যায়িক বিষয়া নাগিব আহমেদে স্বাগত ভাষণ প্ৰদান কৰে ৷

উক্ত ৱেৱনিয়াৰত জিলা ন্যায়িক আদালতৰ সত্ৰ ন্যায়াধীশ আব্দুল হাকিম,সমল ব্যক্তি অতিৰিক্ত সত্ৰ ন্যায়াধীশ কল্যাণজিত শইকীয়া, সকলো থানাৰ অ'চি,ডিফু মেডিকেল কলেজ আৰু হাস্পতালৰ চিকিৎসক সকল চি ডব্লিউ চিৰ অধ্যক্ষ, ডিচিপিঅ', জিলা ওৱান ষ্টপ চেণ্টাৰৰ প্ৰধান ইষ্টা টেৰণপীয়ে অংশ গ্ৰহণ কৰে ৷ ইয়াৰোপৰি ৱেৱনিয়াৰ চলি থকা কালত প্ৰতিজন অংশগ্ৰহণকাৰীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে পকছ' আইনৰ বিভিন্ন জটিলতা সমূহৰ ওপৰত প্ৰশ্নোত্তৰৰ শিতান ৰখা হয় ইয়াৰ ফলত ৱেৱনিয়াৰখন সফল হৈ উঠে ৷ অৱশেষত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাগিব আহমেদে শলাগৰ শৰাই আগাবঢ়োৱাৰ পিছত ৱেৱনিয়াৰ সম্পন্ন হয় ৷

Webinar organised by DLSA
কাৰ্বি আংলঙত পকছ' আইনৰ ওপৰত ৱেৱনিয়াৰ সম্পন্ন
লগতে পঢ়ক: ২০২১ৰ নিৰ্বাচনত হাজো সমষ্টিত টিকত নাপায় নেকি সুমন হৰিপ্ৰিয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.