ETV Bharat / briefs

অপৰাধ প্ৰৱণতা ৰোধ কৰিবলৈ গুগলৰ নতুন পদক্ষেপ

অপৰাধ প্ৰৱণতা ৰোধৰ বাবে গুগলৰ অভিৱন পদক্ষেপ, ইমেল একাউন্টত গুগলে সংযোজন কৰিলে নতুন ধাৰা

অপৰাধ প্ৰৱণতা ৰক্ষাৰ ক্ষেত্ৰত গুগলৰ ভূমিকা
author img

By

Published : May 21, 2019, 9:36 AM IST

নিউজ ডেস্ক, ২১মে' : বিশ্বত অপৰাধ প্ৰৱণতাৰ সংখ্যা হ্ৰাস কৰিবলৈ গুগলে হাতত লৈছে গুৰুত্বপূৰ্ণ ভূমিকা । গুগলত সন্নিৱিষ্ট হৈছে এক নতুন ধাৰা । এতিয়াৰে পৰা ৰাজ্য তথা দেশত ইমেল একাউন্টৰ সহায়ত অপৰাধৰ মূল ঘাটি নিৰ্ধাৰণ কৰিব পৰা এক সহজ উপায় উদ্ভাৱন কৰিছে গুগলে ।

যেতিয়া ইমেল একাউন্টটো লগ ইন কৰা হয় সেই সময়ত প্ৰতিবাৰ ইমেল একাউন্টটোত কোডবোৰৰ সুৰক্ষাৰ বাবে এটা কোড বাৰ-বাৰ আহি থাকে । যিটো সকলোৰে বাবে এটা অসহ্যকৰ কাম হৈ পৰে । কিন্তু গুগলৰ মত অনুসৰি এই কোডটো চেভ কৰাৰ ফলত আপোনাৰ একাউন্টটো কোনো লোকে হেক কৰিব নোৱাৰিব আৰু ইয়াৰ ফলত অপৰাধ প্ৰৱণতা হ্ৰাস হ'ব বুলি গুগলে দাবী কৰে ।

গুগলে নিজৰ অফিচিয়েল পেজত এই কথা স্বীকাৰ কৰি কয়- নিউয়ৰ্ক বিশ্ববিদ্যালয় আৰু কালিৰ্ফোৰ্নিয়াৰ বিশ্ববিদ্যালয়ে মৌলিক একাউন্ট এটাৰ জৰিয়তে অপহৰণৰ ঘটনা ৰোধৰ ক্ষেত্ৰত এবছৰ ধৰি গৱেষণা কৰে ।

গৱেষণাত প্ৰকাশিত হৈছে, যেতিয়া প্ৰমাণিকৰণৰ সহায়ত এটা ইমেল একাউন্ট খোলা হয় তেতিয়া সেই একাউন্টত এটা সক্ৰিয় নম্বৰৰ প্ৰয়োজন হব । যিটো নম্বৰৰ সহায়েৰে অপৰাধ সংঘটিত হোৱাৰ মূল কেন্দ্ৰৰ উদঘাটন কৰিব পাৰিব । গুগলে নিজৰ পেজত এই কথা স্বীকাৰ কৰি অতি শীঘ্ৰে ইয়াৰ ক্ষেত্ৰত গুৰুত্ব বহণ কৰিব বুলিও মন্তব্য কৰে ।

two-factor authentication is best defense against account hijacking

অপৰাধ প্ৰৱণতা ৰক্ষাৰ ক্ষেত্ৰত গুগলৰ ভূমিকা

নিউজ ডেস্ক, ২১মে' :  বিশ্বত অপৰাধ প্ৰৱণতাৰ সংখ্যা হ্ৰাস কৰিবলৈ গুগলে হাতত লৈছে গুৰুত্বপূৰ্ণ ভূমিকা । গুগলত সন্নিৱিষ্ট হৈছে এক নতুন ধাৰা । এতিয়াৰে পৰা ৰাজ্য তথা দেশত ইমেল একাউন্টৰ সহায়ত অপৰাধৰ মূল ঘাটি নিৰ্ধাৰণ কৰিব পৰা এক সহজ উপায় উদ্ভাৱন কৰিছে গুগলে  ।

 যেতিয়া ইমেল একাউন্টটো লগ ইন কৰা হয় সেই সময়ত প্ৰতিবাৰ ইমেল একাউন্টটোত কোডবোৰৰ সুৰক্ষাৰ বাবে এটা কোড বাৰ-বাৰ আহি থাকে । যিটো সকলোৰে বাবে এটা অসহ্যকৰ কাম হৈ পৰে । কিন্তু গুগলৰ মত অনুসৰি এই কোডটো চেভ কৰাৰ ফলত আপোনাৰ একাউন্টটো কোনো লোকে হেক কৰিব নোৱাৰিব আৰু ইয়াৰ ফলত কোনো অপৰাধ প্ৰৱণতা হ্ৰাস হ'ব বুলি গুগলে দাবী কৰে ।

গুগলে নিজৰ অফিচিয়েল পেজত এই কথা স্বীকাৰ কৰি কয়- নিউয়ৰ্ক বিশ্ববিদ্যালয় আৰু কালিৰ্ফোৰ্নিয়াৰ বিশ্ববিদ্যালয়ে মৌলিক একাউন্ট এটাৰ জৰিয়তে অপহৰণৰ ঘটনা ৰোধৰ ক্ষেত্ৰত এবছৰ ধৰি গৱেষণা কৰে ।  

গৱেষণাত প্ৰকাশিত হৈছে, যেতিয়া প্ৰমাণিকৰণৰ সহায়ত এটা একাউন্ট খোলা হয় তেতিয়া সেই একাউন্টত এটা সক্ৰিয় নম্বৰৰ প্ৰয়োজন হয় । যিটো নম্বৰৰ সহায়েৰে অপৰাধ সংঘটিত হোৱাৰ মূল কেন্দ্ৰৰ উদঘাটন কৰিব পাৰি । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.