ETV Bharat / briefs

অপৰাধ প্ৰৱণতা ৰোধ কৰিবলৈ গুগলৰ নতুন পদক্ষেপ - একাউন্ট

অপৰাধ প্ৰৱণতা ৰোধৰ বাবে গুগলৰ অভিৱন পদক্ষেপ, ইমেল একাউন্টত গুগলে সংযোজন কৰিলে নতুন ধাৰা

অপৰাধ প্ৰৱণতা ৰক্ষাৰ ক্ষেত্ৰত গুগলৰ ভূমিকা
author img

By

Published : May 21, 2019, 9:36 AM IST

নিউজ ডেস্ক, ২১মে' : বিশ্বত অপৰাধ প্ৰৱণতাৰ সংখ্যা হ্ৰাস কৰিবলৈ গুগলে হাতত লৈছে গুৰুত্বপূৰ্ণ ভূমিকা । গুগলত সন্নিৱিষ্ট হৈছে এক নতুন ধাৰা । এতিয়াৰে পৰা ৰাজ্য তথা দেশত ইমেল একাউন্টৰ সহায়ত অপৰাধৰ মূল ঘাটি নিৰ্ধাৰণ কৰিব পৰা এক সহজ উপায় উদ্ভাৱন কৰিছে গুগলে ।

যেতিয়া ইমেল একাউন্টটো লগ ইন কৰা হয় সেই সময়ত প্ৰতিবাৰ ইমেল একাউন্টটোত কোডবোৰৰ সুৰক্ষাৰ বাবে এটা কোড বাৰ-বাৰ আহি থাকে । যিটো সকলোৰে বাবে এটা অসহ্যকৰ কাম হৈ পৰে । কিন্তু গুগলৰ মত অনুসৰি এই কোডটো চেভ কৰাৰ ফলত আপোনাৰ একাউন্টটো কোনো লোকে হেক কৰিব নোৱাৰিব আৰু ইয়াৰ ফলত অপৰাধ প্ৰৱণতা হ্ৰাস হ'ব বুলি গুগলে দাবী কৰে ।

গুগলে নিজৰ অফিচিয়েল পেজত এই কথা স্বীকাৰ কৰি কয়- নিউয়ৰ্ক বিশ্ববিদ্যালয় আৰু কালিৰ্ফোৰ্নিয়াৰ বিশ্ববিদ্যালয়ে মৌলিক একাউন্ট এটাৰ জৰিয়তে অপহৰণৰ ঘটনা ৰোধৰ ক্ষেত্ৰত এবছৰ ধৰি গৱেষণা কৰে ।

গৱেষণাত প্ৰকাশিত হৈছে, যেতিয়া প্ৰমাণিকৰণৰ সহায়ত এটা ইমেল একাউন্ট খোলা হয় তেতিয়া সেই একাউন্টত এটা সক্ৰিয় নম্বৰৰ প্ৰয়োজন হব । যিটো নম্বৰৰ সহায়েৰে অপৰাধ সংঘটিত হোৱাৰ মূল কেন্দ্ৰৰ উদঘাটন কৰিব পাৰিব । গুগলে নিজৰ পেজত এই কথা স্বীকাৰ কৰি অতি শীঘ্ৰে ইয়াৰ ক্ষেত্ৰত গুৰুত্ব বহণ কৰিব বুলিও মন্তব্য কৰে ।

two-factor authentication is best defense against account hijacking

অপৰাধ প্ৰৱণতা ৰক্ষাৰ ক্ষেত্ৰত গুগলৰ ভূমিকা

নিউজ ডেস্ক, ২১মে' :  বিশ্বত অপৰাধ প্ৰৱণতাৰ সংখ্যা হ্ৰাস কৰিবলৈ গুগলে হাতত লৈছে গুৰুত্বপূৰ্ণ ভূমিকা । গুগলত সন্নিৱিষ্ট হৈছে এক নতুন ধাৰা । এতিয়াৰে পৰা ৰাজ্য তথা দেশত ইমেল একাউন্টৰ সহায়ত অপৰাধৰ মূল ঘাটি নিৰ্ধাৰণ কৰিব পৰা এক সহজ উপায় উদ্ভাৱন কৰিছে গুগলে  ।

 যেতিয়া ইমেল একাউন্টটো লগ ইন কৰা হয় সেই সময়ত প্ৰতিবাৰ ইমেল একাউন্টটোত কোডবোৰৰ সুৰক্ষাৰ বাবে এটা কোড বাৰ-বাৰ আহি থাকে । যিটো সকলোৰে বাবে এটা অসহ্যকৰ কাম হৈ পৰে । কিন্তু গুগলৰ মত অনুসৰি এই কোডটো চেভ কৰাৰ ফলত আপোনাৰ একাউন্টটো কোনো লোকে হেক কৰিব নোৱাৰিব আৰু ইয়াৰ ফলত কোনো অপৰাধ প্ৰৱণতা হ্ৰাস হ'ব বুলি গুগলে দাবী কৰে ।

গুগলে নিজৰ অফিচিয়েল পেজত এই কথা স্বীকাৰ কৰি কয়- নিউয়ৰ্ক বিশ্ববিদ্যালয় আৰু কালিৰ্ফোৰ্নিয়াৰ বিশ্ববিদ্যালয়ে মৌলিক একাউন্ট এটাৰ জৰিয়তে অপহৰণৰ ঘটনা ৰোধৰ ক্ষেত্ৰত এবছৰ ধৰি গৱেষণা কৰে ।  

গৱেষণাত প্ৰকাশিত হৈছে, যেতিয়া প্ৰমাণিকৰণৰ সহায়ত এটা একাউন্ট খোলা হয় তেতিয়া সেই একাউন্টত এটা সক্ৰিয় নম্বৰৰ প্ৰয়োজন হয় । যিটো নম্বৰৰ সহায়েৰে অপৰাধ সংঘটিত হোৱাৰ মূল কেন্দ্ৰৰ উদঘাটন কৰিব পাৰি । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.