ETV Bharat / briefs

ভোটাৰ তালিকা সংশোধনীৰ বাবে তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন

author img

By

Published : Nov 13, 2020, 10:07 PM IST

ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া-২০২০ সন্দৰ্ভত শুকুৰবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ বহুমুখী প্ৰেক্ষাগৃহত ই আৰ অ' আৰু এ ই আৰ অ' সকলৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে ।

Training program of ero & aero in connection with Special summary revision of e roll by Dibrugarh administration
ভোটাৰ তালিকা সংশোধনীৰ বাবে তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসনprogram of ero & aero in connection with Special summary revision of e roll by Dibrugarh administration

মৰাণ, ১৩ নৱেম্বৰ: সমাগত বিধানসভা নিৰ্বাচন । ৰাজনৈতিক দল সমূহৰ সমান্তৰালভাৱে ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনৰ লগতে নিৰ্বাচনী বিষয়া সকলৰ তৎপৰতাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে । পিছপৰি ৰোৱা নাই ডিব্ৰুগড় জিলা। ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া-২০২০ সন্দৰ্ভত শুকুৰবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ বহুমুখী প্ৰেক্ষাগৃহত ই আৰ অ' আৰু এ ই আৰ অ' সকলৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে ।

Training program of ero & aero in connection with Special summary revision of e roll by Dibrugarh administration
ভোটাৰ তালিকা সংশোধনীৰ বাবে তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন

ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত সুশান্ত কুমাৰ দত্তই শুভাৰম্ভ কৰা প্ৰশিক্ষণ কাৰ্যসূচীত নিৰ্বাচনী বিষয়া ঋষিকেশ বৰুৱা আৰু ৰাজহ চক্ৰ বিষয়াসকলৰ লগতে অন্যান্য দায়িত্বপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে ৷ মুঠৰ ওপৰত ডিব্ৰুগড়ত ৰাজনৈতিক দল সমূহৰ সমান্তৰালভাৱে নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচনী আয়োগ আৰু প্ৰশাসন।

লগতে পঢ়কঃবিহালীত চিপিআই(এম-এল)ৰ ৱাৰ্ড সদস্যৰ কৰ্মী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.