ETV Bharat / briefs

ভাৰত- চীন বিবাদঃ কূটনৈটিক পৰ্যায়ত চলোৱা হব প্ৰচেষ্টা-এছ জয়শংকৰ

মন্ত্ৰী জয়শংকৰে দৃঢ়তাৰে কয় যে, উভয় দেশৰে বাবেই নহয়,বিশ্বৰ বাবে দুয়োখন দেশে শান্তিপূৰ্ণ সমাধান কৰাটো অতি জৰুৰী বিষয় । কিয়নো বিশ্বই দুয়োখন দেশক নিৰ্ভৰ কৰিব লগা হয় বহু বিষয়ত ।

totally-convinced-solution-has-to-be-found-in-domain-of-diplomacy-eam-jaishankar

author img

By

Published : Sep 4, 2020, 1:20 PM IST

নতুন দিল্লী, ৪ চেপ্তেম্বৰঃ ভাৰত- চীন সীমা বিবাদক লৈ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে, দুযোখন দেশৰ সীমা সমস্যাক সম্পূৰ্ণৰূপে সমাধান কৰিবৰ বাবে কূটনৈতিক পৰ্যায়ত চেষ্টা চলোৱা হব ।

মন্ত্ৰী জয়শংকৰ দৃঢ়তাৰে কয় যে, উভয় দেশৰে বাবেই নহয়,বিশ্বৰ বাবে দুয়োখন দেশে শান্তিপূৰ্ণ সমাধান কৰাটো অতি জৰুৰী বিষয় । কিয়নো বিশ্বই দুয়োখন দেশক নিৰ্ভৰ কৰিব লগা হয় বহু বিষয়ত ।

totally-convinced-solution-has-to-be-found-in-domain-of-diplomacy-eam-jaishankar
ভাৰত- চীন বিবাদঃ কূটনৈটিক পৰ্যায়ত চলোৱা হব প্ৰচেষ্টা-এছ জয়শংকৰ

আমিও পশ্চিম অঞ্চলত বিশেষকৈ লাডাখলৈকে থকা ভাৰত চীন সীমান্ত অঞ্চলত ঘটি থকা ঘটনা সম্পৰ্কে সচেতন, যিদৰে চীন চৰকাৰো সচেতন । আমাৰ স্থিতি স্পষ্ট, আমাৰ ইতিমধ্যে চীনৰ চুক্তিও আছে । উভয়পক্ষই সীমান্ত অঞ্চলৰ পৰিস্থিতি সম্পৰ্কত নিজা পদক্ষেপ গ্ৰহণ কৰি শান্তি বজাই ৰখাটো জৰুৰী, এই দৰে কয় এছ জয়শংকৰে ।

বাস্তৱতে সীমান্তত ঘটি যোৱা ঘটনাই দুয়োখন দেশৰ মাজত থকা সম্পৰ্কত প্ৰভাৱ পেলাব । আপুনি ইয়াৰ এটাকো পৃথক কৰিব নোৱাৰে ইটোৰ পৰা সিটো । মই এই প্ৰসংগত কিছুদিন পূৰ্বে কৈছিলো যে, কূটনৈতিক ক্ষেত্ৰত দুয়োখন দেশৰ মাজত পৰিস্থিতি সমাধান কৰাৰ আশা আছে । মই এই কথা দায়বদ্ধতাৰে প্ৰকাশ কৰো । এই দৰে কয় এছ জয়শংকৰে ।

ভাৰত চীনৰ সম্পৰ্কৰ ক্ষেত্রত এইটো বৰ সহজ বিষয় নহয় ৷ ১৫ জুনত গালৱান উপত্যকাত ঘটি যোৱা ঘটনাৰ তিনি দিন আগতে তেওঁ 'The India Way: Strategies For An Uncertain World' নামৰ কিতাপ খনত লিখিছিল এইদৰে ৷ আনহাতে গালৱান উপত্যকাত সংঘটিত ঘটনাত ২০ জন ভাৰতীয় সৈন্যৰ মৃত্যু হৈছিল ।

তেওঁ আনকি কৈছিল যে, ভাৰত আৰু চীন দুখন সভ্য ৰাষ্ট্ৰ, যিয়ে চতুৰ্থ শিল্প বিপ্লৱত প্ৰৱেশ কৰাৰ দিশে আগবাঢ়িছে যত ডাঙৰ ডাঙৰ সভ্যতাই ঢুকি পোৱাটো কঠিন হব ।

লগতে চাওকঃ কৰ'ণাৰ সংকটকালত বিদেশী ছাত্ৰক নিজ দেশলৈ উভতাই নিবলৈ আহ্বান ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.