ETV Bharat / briefs

হোজাইৰ লংকাৰ বিদ্যালয়ত চোৰৰ তাণ্ডৱ - হোজাইৰ লংকাৰ পৰশুৰাম মজুমদাৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়

হোজাইৰ লংকাৰ পৰশুৰাম মজুমদাৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দেওবাৰে নিশা চোৰ প্ৰৱেশ কৰি লুটি নিয়ে কম্পিউটাৰ,CCTV কেমেৰাসহ মাইক্ৰস্কপ আৰু ১৫ খন ফেন। সম্প্ৰতি বিদ্য়ালয়ত লংকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

হোজাইৰ লংকাৰ বিদ্যালয়ত চোৰৰ তাণ্ডৱ
হোজাইৰ লংকাৰ বিদ্যালয়ত চোৰৰ তাণ্ডৱ
author img

By

Published : Jun 8, 2020, 4:14 PM IST

হোজাই, ৮ জুন:হোজাই জিলাৰ লংকাৰ পৰশুৰাম মজুমদাৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দেওবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা।

হোজাইৰ লংকাৰ বিদ্যালয়ত চোৰৰ তাণ্ডৱ
হোজাইৰ লংকাৰ বিদ্যালয়ত চোৰৰ তাণ্ডৱ
বিদ্যালয়খনত প্ৰৱেশ কৰি চোৰে চলালে লুটপাত । বিদ্যালয়খনৰ পৰা কম্পিউটাৰ,CCTV কেমেৰাসহ মাইক্ৰস্ক'প আৰু ১৫ খনকৈ ফেন চুৰ কৰি নিলে চোৰে।

উল্লেখ্য যে,সোমবাৰে পুৱাৰ ভাগত বিদ্যালয়ত নৈশ চকীদাৰ উপস্থিত হোৱাৰ পিছতহে পোহৰলৈ আহে সমগ্ৰ চুৰিকাণ্ডৰ ঘটনা। ঘটনা সন্দৰ্ভত বিদ্য়ালয়ত লংকা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: এখন হাস্যমধুৰ চুটি ছবি 'কৰ'ণাসুৰ'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.