ETV Bharat / briefs

টীয়কত মাহীমাকৰ অত্যাচাৰৰ বলি যুৱতী - তছলিমা বেগম

যোৰহাট জিলাৰ টীয়ক কলিয়াপানী আদৰ্শ গাঁৱত মাহীমাকৰ অত্যাচাৰৰ বলি হ'ল এগৰাকী ১৭ বছৰীয়া যুৱতী ৷ পিতৃ আমানুল হক আৰু তেওঁৰ দ্বিতীয়া পত্নী তছলিমা বেগমে যুৱতিগৰাকীক দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই অহাৰ অভিযোগ

টীয়কত মাহীমাকৰ অত্যাচাৰ যুৱতীক
author img

By

Published : Jul 2, 2019, 11:24 AM IST

Updated : Jul 2, 2019, 12:46 PM IST

টীয়ক,2জুলাই: যোৰহাট জিলাৰ টীয়ক কলিয়াপানী আদৰ্শ গাঁৱত ১৭ বছৰীয়া যুৱতীক অত্যাচাৰ পিতৃ আৰু মাহীমাকৰ ৷ পিতৃ আমানুল হক আৰু তেওঁৰ দ্বিতীয়া পত্নী তছলিমা বেগমে দীৰ্ঘদিন ধৰি যুৱতীগৰাকীক ঘৰৰ ভিতৰত আৱদ্ধ কৰি হাত-ভৰি বান্ধি,গাত গৰম তেল ঢালি মাৰপিট কৰে ৷ মাহীমাক আৰু পিতৃৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি যুৱতিগৰাকীয়ে ঘৰৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰে ৷

টীয়কত মাহীমাকৰ অত্যাচাৰৰ বলি যুৱতী

ইফালে,পিতৃ আৰু মাহীমাকে দীৰ্ঘদিন ধৰি চলাই অহা অত্যাচাৰৰ বাবে অঞ্চলবাসীয়ে যুৱতীগৰাকীৰ পিতৃ আমানুল হক আৰু মাহীমাক তছলিমা বেগমক প্ৰথম বাৰৰ বাবে সকীয়াই দিয়ে। অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে ৷

Intro:Body:টীয়কৰ কলিয়াপানীত মাহীমাকৰ অত্যাচাৰ/স্হানীয় ৰাইজৰ প্ৰতিক্ৰিয়া
TEOK:যোৰহাট জিলাৰ টীয়ক কলিয়াপানী আদৰ্শ গাঁৱত এগৰাকী ১৭ বছৰীয়া কিশোৰী নিজ পিতৃ আৰু মাহীমাকৰ শাৰিৰীক, মানসিক অতিশৰ্য চলাই থকাৰ এক ঘটনা পোহৰলৈ অহাত সমগ্র অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।আমানুল হক নামৰ পিতৃ আৰু তেওঁৰ দ্বিতীয়া পত্নী তছলিমা বেগমে দীৰ্ঘদিন ধৰি ঘৰৰ ভিতৰত আবদ্ধ কৰি, হাত -ভৰি বান্ধি ,গাত গৰম তেল ঢালি মাৰপিত কৰি আহিছিল। এনে অত্যাচাৰ সহিব নোৱাৰি কিশোৰী গৰাকী ঘৰৰ পৰা পলায়ন কৰাৰ বাবেও উদ্যত হৈছিল ।কিশোৰী গৰাকীৰ ওপৰত দীৰ্ঘদিন ধৰি চলি থকা অতিশৰ্যৰ বিষয়ে জানিব পাৰি গাঁৱৰ ৰাইজ কিশোৰী গৰাকীৰ ঘৰত উপস্থিত হোৱাত নিৰ্যাতিত কিশোৰী গৰাকীয়ে সকলো ঘটনা বিৱৰি কোৱাত ৰাইজে কিশোৰী গৰাকীৰ পিতৃ আমানুল হক আৰু মাহীমাক তছলিমা বেগমক প্ৰথম বাৰৰ বাবে সকীয়াই দিয়ে ।অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ।Conclusion:
Last Updated : Jul 2, 2019, 12:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.