ETV Bharat / briefs

ধুবুৰীত স্বাক্ষৰিত শিক্ষাৰ নতুন চুক্তি

author img

By

Published : Apr 28, 2019, 5:46 PM IST

দেশী জনগোষ্ঠীয় জাতীয় সংসদে কলেজ অৱ এডভান্স টেকনলজি ইনষ্টিটিউট অৱ ধুবুৰীৰ মাজত হয় এক চুক্তি, য'ত দেশী জনগোষ্ঠীৰ নৱ-প্ৰজন্মক শিক্ষাৰ বাট প্ৰশস্ত কৰাৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা হয় ৷

শিক্ষামূলক বুজাবুজি চুক্তি

ধুবুৰী, 28 এপ্ৰিল : ৰাজ্যত দেশী জনগোষ্ঠীৰ লোকসকলক সকলো ক্ষেত্ৰতে পিছপৰি থকা দেখা যায় ৷ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা দেশী জনগোষ্ঠীৰ লোকসকল ৷ সেয়ে দেশী জনগোষ্ঠীৰ উঠি অহা নৱ-প্ৰজন্মসকলৰ শিক্ষাৰ বাট প্ৰশস্ত কৰাৰ উদ্দেশ্যে দেশী জনগোষ্ঠীয় জাতীয় সংসদে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ দেশী জনগোষ্ঠীয় জাতীয় সংসদে কলেজ অৱ এডভান্স টেকনলজি ইনষ্টিটিউট অৱ ধুবুৰীৰ সৈতে এক আলোচনাত মিলিত হৈ টাউন হোটেলত এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত এখন শিক্ষামূলক চুক্তি স্বাক্ষৰিত হয় ৷ এই চুক্তিত দেশী শিক্ষিত যুৱক-যুৱতীসকলক জৰীপ কৰি লৈ উক্ত শিক্ষানুষ্ঠানৰ বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাদান দিয়াৰ কথা উল্লেখ কৰে ৷ সদৌ দেশী জনগোষ্ঠীয় সংসদৰ সভাপতি এ এ এনামূল হকৰ মন্তব্য অনুসৰি সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ আৰু কলেজ অৱ এডভান্স টেকনলজি ইনষ্টিটিউট অৱ ধুবুৰীৰ মাজত হোৱা এই চুক্তি তিনি বছৰৰ বাবে স্বাক্ষৰিত হয় ৷

Intro: ধুবুৰীত এক শিক্ষামূলক বুজাবুজি চুক্তি। সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ আৰু কলেজ অৱ এডভান্স টেকনলজি ইনষ্টিটিউট অৱ ধুবুৰীৰ মাজত হল তিনি বছৰৰ এক বুজাবুজি চুক্তি।

Body: ৰাজ্যত দেশী জনগোষ্ঠীৰ লোক সকলক সকলো ক্ষেত্ৰতে পিছুৱাই ৰখা হৈছে। শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা দেশী জনগোষ্ঠীৰ লোকসকল। সেয়ে দেশী জনগোষ্ঠীয় উটি অহা নব প্ৰজন্মক এক শিক্ষাৰ বাট প্ৰশস্ত কৰাৰ উদ্দেশ্যে দেশী জনগোষ্ঠীয় জাতীয় সংসদে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ ফল স্বৰূপে দেশী জনগোষ্ঠীয় জাতীয় সংসদ আৰু কলেজ অৱ এডভান্স টেকনলজি ইনষ্টিটিউট অৱ ধুবুৰীৰ সৈতে এক আলোচনা হয়। সেইমতে আজি ধুবুৰী টাউন হলেটলৰ সভা কক্ষত এশ সংবাদমেল অনুষ্ঠিত কৰি দুই পক্ষৰ মাজত সৰ্ব সন্মতিক্রমী এক শিক্ষামূলক চুক্তি স্বাক্ষৰিত হয়। সদৌ দেশী জনগোষ্ঠীয় সংসদৰ সভাপতি এ এ এনামূল হকে কোৱা মতে, সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ আৰু কলেজ অৱ এডভান্স টেকনলজি ইনষ্টিটিউট অৱ ধুবুৰীৰ মাজত হল তিনি বছৰৰ এক বুজাবুজি চুক্তি সম্পূৰ্ণ হয়।
এই চুক্তি অনুসৰি দেশী শিক্ষিত যুৱক যুৱতী সকলক জৰীপ কৰি লৈ উক্ত শিক্ষানুষ্ঠানৰ বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাদান দিয়া হব।

Conclusion: মুঠৰ ওপৰত চহৰ নগৰ অঞ্চলৰ লগতে গাঁও চৰ অঞ্চলত জৰীপ কৰি দেশী জনগোষ্ঠীয় যুৱক যুৱতী সকলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে দেশী জনগোষ্ঠীয় জাতীয় সংসদে। অৱশ্যে কিমানদূৰ সফল হয় সেয়া সময়তহে দেখা পোৱা যাব।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.