ETV Bharat / briefs

মৰিগাঁৱত জনপ্ৰিয় গায়িকাৰ ৰহস্য জনক আত্মহত্যা: সন্দেহৰ আৱৰ্তত প্ৰেমিক - Etv Bharat

মৰিগাঁৱত জনপ্ৰিয় কণ্ঠশিল্পী জাগ্ৰিতী দেৱীৰ আত্মহত্যা ৷ প্ৰেমিক বিজু নাথলৈ সন্দেহৰ আঙুলী প্ৰেমিকাৰ পৰিয়ালৰ ৷

মৰিগাঁৱত জনপ্ৰিয় গায়িকাৰ ৰহস্য জনক আত্মহত্যা: সন্দেহৰ আৱৰ্তত প্ৰেমিক
author img

By

Published : Jun 9, 2019, 5:11 PM IST

মৰিগাঁও, 9 জুন: মৰিগাঁৱত জনপ্ৰিয় কণ্ঠশিল্পী জাগৃতি দেৱীৰ আত্মহত্যা ৷ প্ৰেমিক বিজু নাথলৈ সন্দেহৰ আঙুলি প্ৰেমিকাৰ পৰিয়ালৰ ৷ বহুদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল দুয়োৰে মাজত ৷ সৰগীয় প্ৰেমৰ শেষ পৰিণতি বিবাহ নহয় প্ৰেয়সী জাগৃতি দেৱীয়ে অন্তিম পৰ্যায়ত বাছি ললে আত্মহননৰ পথ ৷ উত্থাপিত অভিযোগ অনুসৰি আত্মহত্যা কৰাৰ কিছু মুহুৰ্ত আগত প্ৰেমিক বিজু নাথৰ লগত হোৱাটছএপত ভিডিঅ কল কৰিছিল জাগৃতি দেৱীয়ে ৷ কল কৰাৰ কিছু সময় পিছতেই আত্মহত্যাৰ কৰে যুৱতীগৰাকীয়ে ৷

পেছাত জাগৃতি আছিল এগৰাকী কণ্ঠশিল্পী ৷ নিজৰ অনুষ্ঠান সমূহৰ বাবে মঞ্চই মঞ্চই গীত পৰিবেশন কৰিব লগা হৈছিল জাগৃতিয়ে ৷ সেয়েহে প্ৰেয়সী জাগ্ৰিতীক সন্দেহৰ চকুৰে চাইছিল প্ৰেমিক বিজুৱে ৷ শিল্পীগৰাকীক সহ শিল্পীৰ লগত সন্দেহ কৰি শাৰিৰীক আৰু মানসিকবাৱে নিৰ্যাতন চলাইছিল প্ৰেমিক বিজু নাথে ৷ সেয়েহে অন্তিম পৰ্যায়ত আত্মহননৰ পথ বাছি লয় প্ৰেয়সী জাগৃতি দেৱীয়ে ৷

মৰিগাঁৱত জনপ্ৰিয় গায়িকাৰ ৰহস্য জনক আত্মহত্যা: সন্দেহৰ আৱৰ্তত প্ৰেমিক

হতভগীয়া জাগৃতিৰ পৰিয়ালে সদৰী কৰা মতে ঘটনাৰ দিনা প্ৰেমিকৰ লগত মোবাইলত বাৰ্তালাপ কৰি থাকোতে দুয়োৰে মাজত বাক-বিতণ্ডা লাগে যাৰ বাবে আত্মহত্যা কৰে জাগৃতিয়ে। আনহাতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে শিল্পী গৰাকীৰ পিতৃয়ে ৷

Slug-as-mrg-9thjune-Singer cuicide-808-vis-byte-as10005

 Anchorintro: মৰিগাঁৱত জনপ্ৰিয়  গায়িকাৰ ৰহস্য ঘন  আত্মহত্যা ৷ প্ৰেমিকৰ  বিৰুদ্ধে  সন্দেহৰ আঙুলি  দূৰ্ভগীয়া পিতৃ মাতৃ আৰু পৰিয়ালৰ। 

VO = মৰিগাঁৱত জনপ্ৰিয় কণ্ঠশিল্পীৰ ৰহস্যজনক  আত্মহত্যা ৷ উত্থাপিত অভিযোগ মতে প্ৰেমিক বিজু নাথৰ লগত হোৱাটছএপ  ভিডিঅ কল কৰি প্ৰেমিকাৰ আত্মহত্যা ৷ প্ৰেমিক বিজু নাথৰ ঘৰ মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত  শিমলুগুৰিত । বহু দিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল দুয়োৰে মাজত । সৰগীয় প্ৰেমৰ শেষ পৰিণতি বিবাহ নহয় প্ৰেয়সী  জাগ্ৰিতী দেৱীয়ে অন্তিম পৰ্যায়ত বাছি ললে আত্মহননৰ পথ ৷ কাৰণ প্ৰেয়সী জাগ্ৰিতীৰ ওপৰত সন্দেহ  প্ৰেমিক বিজুৰ । প্ৰেয়সী জাগ্ৰিতী পেছাত আছিল এগৰাকী শিল্পী ৷ মঞ্চই মঞ্চই গীত পৰিবেশ কৰা শিল্পী গৰাকীক সহ শিল্পীৰ লগত সন্দেহ কৰি দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক ভাবে নিৰ্যাতন চলাই আহিছিল বুলি পৰিয়ালৰ অভিযোগ ৷ father:
        হতভগা জাগৃতিৰ পৰিয়ালে সদৰী কৰা মতে  ঘটনা দিনা প্ৰেয়সীৰ লগত মোবাইলত বাৰ্তালাপ কৰি থাকোতে দুয়োৰে মাজত বাকবিতণ্ডা লাগে যাৰ বাবে বাৰ্তালাপ কৰি থাকোতেই আত্মহত্যা কৰে জাগৃতীয়ে।  
          আনহাতে এয়া এক  পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে শিল্পী গৰাকীৰ পিতৃয়ে ৷ 

Byte = পিতৃ , মাতৃ ৷

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.