ETV Bharat / briefs

গায়কৰ ৰূপত অভিনেতা সিদ্ধান্ত চতুৰ্বেদী

author img

By

Published : Jun 4, 2020, 9:51 PM IST

অভিনেতা সিদ্ধান্ত চতুৰ্বেদীয়ে মুকলি কৰিলে 'ধুপ' শীৰ্ষক এটা গীত। গীতটো নিজে লিখাৰ লগতে কণ্ঠদান দিছে অভিনেতাগৰাকীয়ে।

Dhoop
Siddhant Chaturvedi has turned singer and lyricist with a new song titled Dhoop

এন্টাৰটেইনমেণ্ট নিউজ, ৪ জুনঃ জয়া আখতাৰৰ পৰিচালনাত নিৰ্মিত ছবি 'গলী বয়'ত সহ অভিনেতা হিচাপে অভিনয় কৰি দেশবাসীৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেতা সিদ্ধান্ত চতুৰ্বেদীয়ে মুকলি কৰিলে এটা গীত। সিদ্ধান্তে মুকলি কৰা 'ধুপ' শীৰ্ষক গীতটোৱে ইতিমধ্যে দৰ্শকৰ মাজত চৰ্চা লাভ কৰিছে।

Siddhant Chaturvedi has turned singer and lyricist with a new song titled Dhoop
গায়কৰ ৰূপত অভিনেতা সিদ্ধান্ত চতুৰ্বেদী

'ধুপ' শীৰ্ষক গীতটো নিজে লিখাৰ লগতে কণ্ঠদান দিছে অভিনেতাগৰাকীয়ে। 'গলী বয়'ত কৰা দুৰ্দান্ত অভিনয়ৰ পাছত গায়ক হিচাপে আন এক প্ৰতিভাৰে অনুৰাগীক আচৰিত কৰি তুলিছে অভিনেতাগৰাকীয়ে।

"Put your Headphones and Sunglasses on, here comes #DHOOP,Its a vibe" বুলি কেপচন দি টুইটাৰযোগে ইউটিউবৰ লিংক শ্বেয়াৰ কৰে অভিনেতা সিদ্ধান্ত চতুৰ্বেদীয়ে।

লগতে পঢ়কঃ অন্ধ প্ৰদেশৰ টেক্সি-অটো চালকলৈ 10,000 টকাৰ ভট্টা চৰকাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.