ETV Bharat / briefs

বাক্সাৰ ইক্ৰাবিলত অবৈধ কাঠফলা মিল জব্দ - বাক্সাৰ ইক্ৰাবিলত জব্দ অবৈধ কাঠফলা মিল

বন বিভাগ আৰু ৬৪ নং এছ এছ বি বাহিনীয়ে অভিযান চলাই অবৈধ কাঠফলা মিলসহ প্ৰায় ২ লাখ টকাৰ মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰে ।

Saw Mil Destroy
author img

By

Published : Jun 14, 2020, 7:50 PM IST

বাক্সা, ১৪ জুন : বাক্সাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ইক্ৰাবিলৰ মতিগাঁৱত দীৰ্ঘদিনৰ পৰা অবৈধ ভাৱে চলি আছে কাঠফলা মিল । দেওবাৰে বন বিভাগ আৰু ৬৪ নং এছ এছ বি বাহিনীয়ে অভিযান চলাই অবৈধ কাঠফলা মিলসহ প্ৰায় ২ লাখ টকা মূল্যৰ মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰে ।

Saw Mil Destroy
বাক্সাৰ ইক্ৰাবিলত জব্দ অবৈধ কাঠফলা মিল

অঞ্চলটোত বিভিন্ন সময়ত অবৈধ ভাৱে গঢ় লৈ উঠা কাঠফলা মিল বন বিভাগে উৎখাত কৰি আহিছে যদিও কিছুদিন পিছতেই পুনৰ চোৰাং কাঠৰ ব্যৱসায়ীসকলে কাঠফলা মিল স্থাপন কৰি ব্যৱসায় আৰম্ভ কৰে বুলি স্থানীয় লোকসকলে অভিযোগ কৰে ।

লগতে : কোভিড-১৯ ৰ কৰ্তব্যত গাফিলতি কৰি নিলম্বিত হ’ল কৰ্মচাৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.