ৰঙিয়া,৩১মে': ৰঙিয়াত পথৰ দুৰৱস্থা। এজাক বৰষুণতেই ৰঙিয়া-তটাৰকুছি-কাউৰবাহা সংযোগী পথত সৃষ্টি হয় একাঁঠু পানী। যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধৰণে। পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবেও বহু ছাত্ৰ-ছাত্ৰী দুৰ্ঘটনাগ্ৰস্তও হ'বলগীয়া হয়। ইফালে,এই পথটোৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈছে অঞ্চলবাসী। অঞ্চলবাসীয়ে অতি শীঘ্ৰে এই পথটো মেৰামতিৰ বাবে দাবী উত্থাপন কৰে।
ৰঙিয়াত পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ জনসাধাৰণৰ - সংযোগী পথ
ৰঙিয়াত পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে,অতি শীঘ্ৰে পথটো মেৰামতিৰ বাবে দাবী জনাই স্থানীয় ৰাইজে
![ৰঙিয়াত পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ জনসাধাৰণৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3434003-thumbnail-3x2-rngjpg.jpg?imwidth=3840)
ৰঙিয়াত পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ জনসাধৰণৰ
ৰঙিয়া,৩১মে': ৰঙিয়াত পথৰ দুৰৱস্থা। এজাক বৰষুণতেই ৰঙিয়া-তটাৰকুছি-কাউৰবাহা সংযোগী পথত সৃষ্টি হয় একাঁঠু পানী। যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধৰণে। পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবেও বহু ছাত্ৰ-ছাত্ৰী দুৰ্ঘটনাগ্ৰস্তও হ'বলগীয়া হয়। ইফালে,এই পথটোৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈছে অঞ্চলবাসী। অঞ্চলবাসীয়ে অতি শীঘ্ৰে এই পথটো মেৰামতিৰ বাবে দাবী উত্থাপন কৰে।
ৰঙিয়াত পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ জনসাধৰণৰ
ৰঙিয়াত পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ জনসাধৰণৰ
Intro:এটা পথ নিৰ্মাণৰ বাবে কিমান বছৰ লাগে, তটাৰকুছিবাসীৰ মনত উদয় হৈছে এই প্ৰশ্ন?Body:চৰকাৰ সলনি হ'ল, কিন্তু সলনি ন'হল ৰঙিয়া-তটাৰকুছি-কাউৰবাহা সংযোগী পথৰ অৱস্থা। ৰঙিয়াৰ লগত কেইবাখনো গাঁও সংযোগ কৰা এই বিশেষ পথটোৰ অৱস্থা বৰ্তমান তথৈবচ। এইবাৰ বাৰিষা নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ বাবে পথটোৰ মাজত থকা ডাঙৰ ডাঙৰ গাতবোৰত পানীৰে উপচি পৰি পুখুৰী সদৃশ পৰিবেশৰ সৃষ্টি হৈছে। ইফালে পথৰ ঘোলা পানীৰ তলত গাঁত আছে নে পথ আছে ধৰিব নোৱাৰাৰ বাবে ইতিমধ্যে বহুবাৰ দুৰ্ঘটনা সংঘটিত হৈছে। কেইবাবছৰ আগতে বনোৱা ৰাস্তাটো পুনৰ নিৰ্মাণৰ লগতে মেৰামতিৰ বাবে স্থানীয় ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক নিবেদন কৰিলে যদিও কোনো ফলধৰা পৰিলক্ষিত ন'হল। প্ৰতিদিনে বহু কষ্ট তথা বিপদজনক ভাৱে স্কুলীয়া ছাত্র ছাত্ৰীৰ লগতে বহু লোকে অহাযোৱা কৰা এই পথটো অনতিপলমে ঠিক কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা