ETV Bharat / briefs

ৰাজ্যজুৰি আমছুৰ সজাগতা সমদল

বিগত কিছু দিন ধৰি বৃদ্ধি পোৱা হত্যা, ধর্ষণ, চুৰি-ডকাইতি, জুৱা আদি কৰি বিভিন্ন অপৰাধ মূলক আৰু অসামাজিক কার্যকলাপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমছুৱৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতা সমদল ৷

author img

By

Published : Jun 19, 2019, 3:21 PM IST

ৰাজ্যজুৰি আমছুৰ সজাগতা সমদল

বৰপেটা/ধুবুৰী, 19 জুনঃ ৰাজ্যজুৰি আমছুৰ সজাগতা সমদল ৷ বুধবাৰে বৰপেটাৰ কলগাছিয়াত কুসংস্কাৰ,বাল্য বিবাহ-,অসামাজিক কাৰ্যকলাপ বন্ধ কৰা,নাৰী সৱলীকৰণ,মদ-জুৱা বন্ধ কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমছুৰ উদ্যোগত এক সজাগতা সমদল উলিওৱা হয় ৷ বিগত কিছু দিন ধৰি বৃদ্ধি পোৱা হত্যা, ধর্ষণ, চুৰি-ডকাইতি, জুৱা আদি কৰি বিভিন্ন অপৰাধ মূলক আৰু অসামাজিক কার্যকলাপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমছুৱে এই সজাগতা কাৰ্যসূচী গ্ৰহণ কৰে ৷ জনীয়া সমষ্টিৰ লাংলাৰ পৰা উলিওৱা এই সমদলত বহু লোকে অংশগ্ৰহণ কৰে ৷

ৰাজ্যজুৰি আমছুৰ সজাগতা সমদল

একেদৰে ধুবুৰীতো বিলাসীপাৰা জিলা সমিতিৰ সহযোগত চাপৰ আঞ্চলিক সমিতিৰ উদ্যোগত চাপৰ গান্ধী ময়দানৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক সজাগতা সমদল উলিয়ায় আমছুৰ কৰ্মীসকলে । এই কাৰ্যসুচীত স্থানীয় বিদ্যালয়-মহাবিদ্যালয় ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ৷

Intro:পূৱ বিলাসীপাৰাৰ চাপৰত আমছুৰ সজাগতামূলক সমদলBody:পূৱ বিলাসীপাৰা:

বাল্য বিবাহ, কুসংস্কাৰ, অসামাজিক কাৰ্য্যকলাপ বন্ধৰ দাবীত বুধবাৰে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছু ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিলাসীপাৰা জিলা সমিতিৰ সহযোগত চাপৰ আঞ্চলিক সমিতিৰ উদ্যোগত চাপৰ গান্ধী ময়দানৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক সমদল উলিয়ায় । এই কাৰ্যসুচীত স্থানীয় বিদ্যালয়-মহাবিদ্যালয় ৰ ছাত্র ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ।Conclusion:BYTE: AAMSU LEADER

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.