ETV Bharat / briefs

গুৱাহাটীত বৃদ্ধি পেট্ৰল আৰু ডিজেলৰ মূল্য

গুৱাহাটী মহানগৰীত পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য, প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৫ পইছাকৈ বৃদ্ধি পোৱাৰ লগতে ডিজেলত ১০ পইছাকৈ বৃদ্ধি পাই

author img

By

Published : May 21, 2019, 12:35 PM IST

গুৱাহাটীত বৃদ্ধি পেট্ৰল আৰু ডিজেলৰ মূল্য

গুৱাহাটী,২১মে' : সোমবাৰে গুৱাহাটী মহানগৰীত পুনৰ বৃ্দ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য । প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৫ পইছাকৈ বৃদ্ধি পোৱাৰ লগতে ডিজেলত ১০ পইছাকৈ বৃদ্ধি পাই । মহানগৰীত আজিৰ দিনত পেট্ৰলৰ মূল্য ৭০.৬৫ টকা আৰু ডিজেলত ৬৬.৬৫ টকা হয়গৈ ।

Intro:আজিও বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য।

Body:গুৱাহাটীত আজিও বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। গুৱাহাটীৰত আজি প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৭০.৬৫ ( 70.65) টকা। ০৫ পইছাকৈ বৃদ্ধি পালে প্ৰট্ৰলৰ মূল্য। ৬৬.৬৫ (66.65) টকাকৈ প্ৰতিলিটাৰ ডিজেলৰ দাম ১০ পইছাকৈ বৃদ্ধি পালে ডিজেলৰ মূল্য।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.