ETV Bharat / briefs

১২ দিনৰ অন্তত আকৌ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য

author img

By

Published : Jun 18, 2020, 7:59 PM IST

ৰাজধানী দিল্লীত পেট্ৰ'লৰ মূল্য ৭৭.২৮ টকাৰ পৰা প্ৰতিলিটাৰত ৭৭.৮১ টকা বৃদ্ধি পায় । ৰাজ্যিক তেল বজাৰ কোম্পানীৰ নিৰ্দেশমৰ্মে ডিজেলৰ মূল্য ৭৫.৭৯ টকাৰ পৰা প্ৰতিলিটাৰত ৭৬.৪৩ টকালৈ বৃদ্ধি পায় । এয়া ১২ দিনতেই মূল্যবৃদ্ধি বুলি জানিব পৰা গৈছে ।

১২ দিনৰ অন্তত আকৌ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য
১২ দিনৰ অন্তত আকৌ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য

নতুন দিল্লী, ১৮ জুন : বৃহস্পতিবাৰে দেশত পেট্ৰ'লৰ দাম প্ৰতিলিটাৰত ৫৩ পইচা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৪ পইছা বৃদ্ধি পাইছে। ইফালে ৰাজধানী দিল্লীত পেট্ৰ'লৰ মূল্য ৭৭.২৮ টকাৰ পৰা প্ৰতিলিটাৰত ৭৭.৮১ টকা বৃদ্ধি পায় । ৰাজ্যিক তেল বজাৰ কোম্পানীৰ নিৰ্দেশমৰ্মে ডিজেলৰ মূল্য ৭৫.৭৯ টকাৰ পৰা প্ৰতিলিটাৰত ৭৬.৪৩ টকালৈ বৃদ্ধি পায় ।

স্থানীয় বিক্ৰী আয় তথা ভেটৰ আধাৰত দেশজুৰি মূল্যৰ পৰিমাণ বৃদ্ধি কৰা হৈছে আৰু প্ৰত্যেক ৰাজ্যৰে ভিন্ন ভিন্ন দাম হৈছে । মূল্য সংশোধনৰ পিছত ৮২ দিনৰ অন্তৰালত ৭ জুনত তেল কোম্পানীসমূহে অনুৰূপ সংশোধনৰ মূল্য পুনৰ আৰম্ভ কৰিছে আৰু এয়া ১২ দিনতেই মূল্যবৃদ্ধি বুলি জানিব পৰা গৈছে । ১২ দিনত বৃদ্ধি অনুসৰি, পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৬.৫৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭.০৪ টকা হৈছে ।

লগতে পঢ়ক: এধানি সহায়ৰ বাবে বাট চাই ৰৈছে বাক্সাৰ এটা পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.