ETV Bharat / briefs

নগাঁৱত পথ দুৰ্ঘটনাত আহত একেটা পৰিয়ালৰ ১৩জন লোক

নগাঁৱৰ ৰাঙলুত সংঘটিত হোৱা পথ দুৰ্ঘচনাত গুৰুতৰভাৱে আহত হয় একেটা পৰিয়ালৰ ১৩জনকৈ লোক, তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত আহত হোৱা লোককেইজনক নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

author img

By

Published : May 26, 2019, 5:47 PM IST

নগাঁৱত পথ দুৰ্ঘটনাত আহত একেটা পৰিয়ালৰ ১৩জন লোক

নগাঁও,২৬মে' : দেওবাৰে নগাঁৱৰ ৰাঙলুত সংঘটিত হয় পথ দুৰ্ঘটনা । এখন তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত শিশু সহ একেটা পৰিয়ালৰে ১৩ জনকৈ লোক গুৰুতৰভাৱে আহত হয় ।

নগাঁৱত পথ দুৰ্ঘটনাত আহত একেটা পৰিয়ালৰ ১৩জন লোক

পৰিয়ালটোৱে এখন মেজিক ভাড়া কৰি মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল আৰু মন্দিৰ দৰ্শন কৰি ঘৰ উভতাৰ পথতেই ৰাঙলুত মেজীখনক এখন তীব্ৰ বেগী ডাম্পাৰে খুন্দিয়াই । যাৰ ফলত জখলাবন্ধা বামুনীৰ বনছিং হাউচি, দিপা টেৰংপি, মনোজ হাউচি সহ পৰিয়ালটোৰ মুঠ ১৩ জন লোক আহত হয় । ঘটনা সংঘটিত হোৱাৰ লগে-লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে আঘাতপ্ৰাপ্ত লোককেইজনক ততাতৈয়াকৈ নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।

অন্য খবৰৰ বাবে : আগে-আগে চোৰ পাচে-পাচে পুলিচঃ গোলাঘাটত পুলিচৰ বিলৈ

Intro:নগাঁৱৰ ৰাঙলুত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত গুৰুতভাৱে আহত একেটা পৰিয়ালৰ ১৩ জনকৈ লোক।

Body:নগাঁৱৰ ৰাঙলুত দেওবাৰে দুপৰীয়া সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত শিশু সহ একেটা পৰিয়ালৰে ১৩ জনকৈ লোক আহত হয় গুৰুতৰভাৱে। মন্দিৰ দৰ্শন কৰি ঘৰ উভতাৰ পথতে ৰাঙলুত দুৰ্ঘটনাত পতিত হয় পৰিয়ালটোৱে ভাড়া কৰি অহা মেজিক গাড়ীখন। এখন তীব্ৰ বেগী ডাম্পাৰে খুন্দিওৱাৰ ফলত সংঘটিত হয় দুর্ঘটনাটো। জখলাবন্ধা বামুনীৰ বনছিং হাউচি, দিপা টেৰংপি, মনোজ হাউচি সহ পৰিয়ালটোৰ মুঠ ১৩ জন লোক আহত। আহত কেইজনক ততাতয়াকৈ নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও সংকটজনক অৱস্থাত তিনিজক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে গুৱাহাটীলৈ।দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰখনে।
bite.
--------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৬-৫-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.