নিউজ ডেস্ক,১৭মে' : শুকুৰবাৰে মৰিগাঁৱত বিদুৎ বিভাগৰ গাফিলতিৰ বাবে আহত হ'বলগীয়া হয় এজন লোক । জিলাখনৰ খান্দাজানস্থ বিদুৎ বিভাগৰ ট্ৰেঞ্চফৰ্মাৰ এটা মেৰামতি কৰি থকা সময়তে শ্বৰ্টচাৰ্কিটৰ ফলত সুচেন বৰদলৈ নাম কৰ্মীজন গুৰুতৰভাৱে আহত হয় । আহত সুচেন বৰদলৈক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । স্থানীয় লোকৰ মন্তব্য অনুসৰি বিদ্যুত বিভাগৰ গাফিলতিৰ ফলতেই এই ঘটনা সংঘটিত হয় ।
মৰিগাঁৱত শ্বৰ্টচাৰ্কিট হৈ আহত এজন - খান্দাজান
মৰিগাঁৱৰ খান্দাজানত এটা ট্ৰেঞ্চফৰ্মাৰ মেৰামতি কৰি থকাৰ সময়তে শ্বৰ্টচাৰ্কিটৰ ফলত সুচেন বৰদলৈ নামৰ বিদ্যুৎ বিভাগৰ কমচাৰীজন গুৰুতৰভাৱে আহত হয়
মৰিগাঁৱত শ্বৰ্টচাৰ্কিট হৈ আহত এজন লোক
নিউজ ডেস্ক,১৭মে' : শুকুৰবাৰে মৰিগাঁৱত বিদুৎ বিভাগৰ গাফিলতিৰ বাবে আহত হ'বলগীয়া হয় এজন লোক । জিলাখনৰ খান্দাজানস্থ বিদুৎ বিভাগৰ ট্ৰেঞ্চফৰ্মাৰ এটা মেৰামতি কৰি থকা সময়তে শ্বৰ্টচাৰ্কিটৰ ফলত সুচেন বৰদলৈ নাম কৰ্মীজন গুৰুতৰভাৱে আহত হয় । আহত সুচেন বৰদলৈক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । স্থানীয় লোকৰ মন্তব্য অনুসৰি বিদ্যুত বিভাগৰ গাফিলতিৰ ফলতেই এই ঘটনা সংঘটিত হয় ।
slug-as-mrg-17thmay-Apdcl-804-vis-bte-as10005
Anchorintro:মৰিগাঁৱত বিদ্যুত বিভাগৰ জীৱনক লৈ হেতালি।কামকৰি থকা সময়তে অঘটন। এজন গুৰুতৰভাবে আহত ৷ ৷
VO :
মৰিগাঁৱত বিদুৎ বিভাগৰ গাফিলতিত ট্ৰেঞ্চফৰ্মাৰ মেৰামতিৰ কামত নিয়োজিত এজন লোক গুৰুতৰভাৱে আহত ৷ সুচেন বৰদলৈ নাম কৰ্মীজনে খান্দাজানস্থ বিদুৎ বিভাগৰ এটা ট্ৰেঞ্চফৰ্মাৰ মেৰামতি কৰোঁতেই শ্বৰ্টচাৰ্কিটৰ ফলত গুৰুতৰভাৱে আহত হয় লোকজন ৷ আহত সুচেন বৰদলৈক ততাতৈয়াকৈ মৰিগাঁও চিভিলত ভৰ্তি কৰা হৈছে ৷
Shot :Byte
Ratuldeka etv Bharat morigaon.