ETV Bharat / briefs

মৰিগাঁৱৰ টেঙাগুৰিত ব্যাহত বিদ্যুৎ সেৱা

author img

By

Published : May 8, 2019, 1:57 PM IST

মৰিগাঁৱৰ টেঙাগুৰিত ২৮ এপ্ৰিলৰ পৰা ব্যাহত হৈ আছে বিদ্যুৎ সেৱা, যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসীয়ে দুৰ্ভোগ ভুগিব লগীয়া হয়

মৰিগাঁৱৰ টেঙাগুৰিত ব্যাহত বিদ্যুৎ সেৱা

মৰিগাঁও,৮মে' : বিদ্যুত বিভাগৰ ঠিকাদাৰ আৰু প্ৰৱন্ধকৰ চূড়ান্ত অৱহেলাৰ ফল ভূগিব লগা হৈছে মৰিগাঁৱৰ টেঙাগুৰি গাঁওবাসীয়ে । অঞ্চলটোলৈ বিগত ২৮ এপ্ৰিলৰ পৰা ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা । কাৰণ গাঁওখনত বিদ্যুতৰ খুটাৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰলৈ সকলো থকাৰ পাছতো টেন্সফৰমাৰ নোহোৱাৰ ফলতেই বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হবলগীয়া হৈছে গাঁওবাসী ।

মৰিগাঁৱৰ টেঙাগুৰিত ব্যাহত বিদ্যুৎ সেৱা

অভিযোগ অনুসৰি, নগাঁৱৰ নিৰ্মল পাল নামৰ বিদ্যুত বিভাগৰ ঠিকাদাৰজনে গাঁওখনৰ বিদ্যুত সেৱা যোগানৰ দায়িত্ব লৈছিল । কিন্তু ঠিকাদাৰজনে সঠিক ভাৱে কাম নকৰাৰ বাবে ২৮ এপ্ৰিলত বিকল হৈ পৰে টেন্সফমাৰটো । অঞ্চলবাসীয়ে বিদ্যুৎ বিভাগক খবৰ দিয়াৰ পাছত স্থানীয় শক্তি বিভাগৰ লোকে টেন্সফমাৰটো লৈ গৈছিল যদিও বৰ্তমানেও অঞ্চলটোত পুনৰ সংস্থাপন কৰা নাই ট্ৰেন্সফৰ্মাৰ ৷ যাৰ বাবে দুৰ্ভোগ ভুগিব লগীয়া হৈছে অঞ্চলবাসীয়ে । ছাত্ৰ-ছাত্ৰীসকলে লেম,মমৰ পোহৰত অধ্যায়ন কৰিব লগীয়া হৈছে । ঠিকাদাৰ নিৰ্মল পালে এই ক্ষেত্ৰত কোনো গুৰুত্ব বহন নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

Intro:ছাত্র ছাত্ৰী ভৱিষ্যতক লৈ অসম শক্তি বিতৰন বিভাগৰ ঠিকাদাৰ আৰু প্ৰৱন্ধকৰ হেতালি।অধ্যয়নৰ পৰা বঞ্চিত এটা পষেক।পিছে ৰাজ্যৰ কোনখনগাঁৱৰ ছাত্ৰ-ছাত্ৰীকলৈ হেতালি এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন।

Body:বিদ্যুত বিভাগৰ ঠিকাদাৰ আৰু প্ৰৱন্ধকৰ চূড়ান্ত অৱহেলাৰ বলি মৰিগাঁৱৰ পাশ্বৱৰ্তী টেঙাগুৰি গাঁৱৰ ছাত্ৰ ছাত্ৰী।প্ৰধানমন্ত্ৰী তথাকথিত সৌভাগ্যৰ আচনিৰ পাছতো মমৰ পোহৰত অধ্যয়ন কৰিব লগীয়া হৈছে মৰিগাঁৱৰ ছাত্ৰ ছাত্ৰী সকলে।এতিয়া প্ৰত্যক্ষ কৰক এই দৃশ্যলৈ। এগৰাকী কণমানি মমৰ নিয়ন দ্বীপত অধ্যয়ন কৰিছে।কবলে গলে গাওঁ খনৰ প্ৰতিগৰাকী আধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়েই এনেদৰেই কোনো ৱে মমবাতি,কোনোৱে টিপচাকি,বাঁহৰভটাৰ পোহৰত জীৱন গঢ়াৰ কৰিছে আখৰা।
এইদৃশ্য প্ৰত্যক্ষ কৰি হয়তু আপুনি ভাবিছে যে মৰিগাঁও টেঙাগুৰি গাঁৱত বিজুলী যোগান হোৱা নাই।হওতে গাঁও খন আছে বিদ্যুত খুটা,আছে বিদ্যুত পৰিবাহী তাঁৰ। পিছে গাওঁখনত নাই টেন্সফৰমাৰ।নগাঁৱৰ নিৰ্মলপাল নামৰ বিদ্যুতবিভাৰ ঠিকাদাৰ জনে দমাল ফিডাৰৰ টেঙাগুৰি গাওঁখনৰ ঠিকা লাভকৰাৰ পাছত সঠিক ভাৱে চোৱা চিতা নকৰাৰবাবে কিছুদিনৰ পূৰ্বে বিকল হয় টেন্সফমাৰটো। উক্ত টেন্সফমাৰটো ভালকৰাৰ উচিলাৰে উঠাই অনাৰ পাছত পুনৰ সংস্হাপন নকৰাত ভীষণ সমস্যাৰ সন্মুখীন হৈছে গাঁওবাসী।byte_students father/
mother/women
হয়।ঠিকেই শুনিছে আপুনি। পঢ়িব পৰা পৰীক্ষা দি থকা পৰীক্ষাৰ্থী। কৃষি-পথাৰত,পুখুৰীত দিবপৰা নাই পানী।ব্ৰয়লাৰ ফাৰ্মবোৰত জ্বলাবপৰা নাই বৈদ্যুতিক বাতি ফলত শিক্ষিত নিৱনুৱাসকল লোকচানৰ সন্মুখীন হৈছে।
ইফালে মৰিগাঁও বিদ্যুত বিভাগৰ প্ৰৱন্ধক আৰু তথাকথিত ঠিকাদাৰ জনৰ গা এৰা মনোভাৱৰ বাবেই এপষে মৰিগাঁও এইটো প্ৰৱন্ধকৰ কাৰ্যালয় লৈ দৈনিক তাঁতবাতি কৰিছে যদিও গঁঞা কথাত গুৰুত্ব দিয়া নাই ঠিকাদাৰ আৰু প্ৰৱন্ধকে।ফলত দুই ম'হৰ যুঁজ মাজত বিৰিণা সদৃশ কণ কণ ছাত্ৰ ছাত্ৰী হৈছে এই পুতৌজনক অৱস্থা। সেয়ে গঞাৰ দাবী ৰাজ্য চকাৰৰ বিদ্যুত মন্ত্ৰী তপন গগৈক।byte:3
শেহতীয়াকৈ অতিষ্ঠ অভিভাৱক তথা নিয়মীয়া গ্ৰাহকসকলে আইনৰ আশ্ৰয় লোৱাৰ সিদ্ধান্তৰ লৈছে বিদ্যুত বিভাগৰ ঠিকাদাৰ আৰু প্ৰৱন্ধকৰ বিৰুদ্ধে।byte:4

Conclusion:ratul deka,etv.Bharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.