ETV Bharat / briefs

পশ্চিমবংগত অদম্য চেতনাক প্রশংসা মমতা বেনাৰ্জীৰ - পশ্চিমবংগত অদম্য চেতনাক প্রশংসা মমতা বেনাৰ্জীৰ

মুখ্যমন্ত্রীগৰাকীয়ে কোভিড-১৯ মহামাৰী আৰু ঘূৰ্ণীবতাহ আম্ফানৰ সময়ত বিজেপি দলে অপৰ্যাপ্ত আৰু অনুপযুক্ত সামগ্ৰী বিতৰণ কৰাৰ অভিযোগ কৰে ।

Mamata Banerjee lauds Bengal's 'indomitable' spirit in times of crisis

author img

By

Published : Jun 12, 2020, 7:54 PM IST

কলকাতা, ১২ জুন : মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে শুকুৰবাৰে কোভিড-১৯ মহামাৰী আৰু ঘূৰ্ণীবতাহ আম্ফানৰ লগত একেলগে মোকাবিলা কৰাৰ বাবে পশ্চিমবংগৰ অদম্য চেতনাক প্রশংসা কৰে । পশ্চিমবংগৰ মুখ্যমন্ত্রীগৰাকীয়ে টুইটাৰত কয় যে,"এফালে প্ৰাকৃতিক দুৰ্যোগ আনফালে বিশ্বব্যাপী মহামাৰী । আমিহে জানো কি দৰে দুটা সমস্যাৰ সন্মুখীন হৈছো। ই বাংলা জনগণৰ সংস্কৃতি তথা অদম্য চেতনাৰ কথা উল্লেখ কৰে । ইয়াৰ দ্বাৰা পশ্চিমবংগ অধিক শক্তিশালী আৰু এক্যবদ্ধ হ'ব" ।

Mamata Banerjee lauds Bengal's 'indomitable' spirit in times of crisis
পশ্চিমবংগত অদম্য চেতনাক প্রশংসা মমতা বেনাৰ্জীৰ

মমতা বেনাৰ্জীয়ে দুৰ্যোগৰ সময়ত সন্মুখৰ পৰা নেতৃত্ব দিয়া আৰক্ষী,চিকিৎসা কৰ্মী তথা নাগৰিক সমাজ সংগঠনক ধন্যবাদ জনায় । তেওঁ সকলোকে সতর্ক থকাৰ লগতে সামাজিক দুৰত্বৰ নিয়মাৱলী মানি চলিবলৈ আহ্বান জনায় ।

মুখ্যমন্ত্রীগৰাকীয়ে এই দুৰ্যোগৰ সময়ত বিৰোধী বিশেষকৈ বিজেপি দলে গ্ৰহণ কৰা ভূমিকাক ক্ষুৰধাৰ সমালোচনা কৰে । তেওঁ কোভিড -১৯ মহামাৰী আৰু ঘূৰ্ণীবতাহ আম্ফানৰ সময়ত অপৰ্যাপ্ত আৰু অনুপযুক্ত সামগ্ৰী বিতৰণ কৰাৰ অভিযোগ কৰে ।

লগতে চাওকঃ বাঘজানৰ তৈলখাদ পৰিদৰ্শন বিশেষজ্ঞৰ দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.