ETV Bharat / briefs

লাহৰিঘাটত উত্তাল প্ৰতিবাদ অসম মিঞা (অসমীয়া)পৰিষদৰ - অসম চৰকাৰ

লাহৰিঘাটৰ অসম মিঞা(অসমীয়া) পৰিষদে লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত অসম মিঞা (অসমীয়া)পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে

লাহৰিঘাটত উত্তাল প্ৰতিবাদ অসম মিঞা(অসমীয়া)পৰিষদৰ
author img

By

Published : May 14, 2019, 3:54 PM IST

Updated : May 14, 2019, 5:46 PM IST

মৰিগাঁও,১৪মে': মঙলবাৰে অসম মিঞা (অসমীয়া) পৰিষদে লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। শুদ্ধ এন.আৰ.চিৰ নামত ভুৱা আপত্তিৰ ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকক কৰা হাৰাশাস্তিৰ বাবে সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদত অসম মিঞা পৰিষদৰ গাত বাঘ হাজৰিকা,বীৰ লাচিতৰ তেজ আছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে।

লাহৰিঘাটত উত্তাল প্ৰতিবাদ অসম মিঞা(অসমীয়া)পৰিষদৰ

প্ৰতিবাদীসকলে এন আৰ চিত যি সকলে দুৰ্নীতি সংঘটিত কৰি সাম্প্ৰদায়িকতাৰ ৰূপ দিব বিচাৰিছে সেইসকলক শাস্তিৰ দাবী জনোৱাৰ লগতে আছু গ'বেক,অসম চৰকাৰৰ কাম নাই আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

slug-as-mrg-14-Laharighat Miya Parishad  Protest-803-vis-byte-as10005

Anchor:অসম মিঞা পৰিষদৰ গাত বাঘ হাজৰিকা,বীৰলাচিতৰ তেজ আছে।মংগল বাৰে মিঞা পৰিষদৰ প্ৰতিবাদৰ পাছত এই মন্তব্য অসম মিঞা(অসমীয়া)পৰিষদৰ ।

VO: শুদ্ধ এন আৰ চি,এন আৰ চিৰ নামত ভুৱা আপত্তি ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰা আদিৰ দাবীত লাহৰীঘাটত মিঞা (অসমীয়া)পৰিষদৰ উদ্যোগত  ধৰ্ণা।বিভিন্ন শ্লগানৰে উত্তাল লাহৰীঘাট। লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি।আছু গ' বেক আদি বিভিন্ন শ্ল'গানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে।উল্লেখযোগ্য যে লগতে এন আৰ চিত যি সকলে দুৰ্নীতি সংঘটিত কৰি সাম্প্ৰদায়িকতা ৰূপ দিব বিচাৰিছে সেই সকলক শাস্তিৰ দাবী জনাইছে।মিঞা পৰিষদৰ গাত বাঘ হাজৰিকাৰ তেজ,বীৰ লাচিতৰ তেজ,বীৰ চিলাৰায়ৰ তেজ থকা বুলিও দাবী কৰে।
Byte : এম জি হাজৰিকা।

Ratuldeka etv Bharat morigaon.
Last Updated : May 14, 2019, 5:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.