ETV Bharat / briefs

গোলাঘাটৰ খুমটাইত তিনিগৰাকী মহিলাৰ অভিনৱ পদক্ষেপ

গোলাঘাট জিলাৰ খুমটাইৰ তিনিগৰাকী মহিলাই বেলি ফুলৰ খেতিৰে বাছি ললে স্বাৱলম্বিতাৰ নতুন পথ ৷

author img

By

Published : May 3, 2019, 5:49 PM IST

তিনিগৰাকী মহিলাৰ অভিনৱ পদক্ষেপ

গোলাঘাট,৩মে' : গোলাঘাট জিলাৰ খুমটাইৰ তিনিগৰাকী বিশেষ মহিলা । মহিলাকেইগৰাকীয়ে কৃষি কৰ্মৰে স্বাৱলম্বিতা হোৱাৰ দেখুৱালে নতুন পথ । প্ৰায় ৫ বিঘা মাটিত গোলাঘাট কৃষি বিভাগৰ সহযোগত ৰাংঢালি পথাৰ পৰিচালনা সমিতিৰ মহিলা তিনিগৰাকীয়ে আৰম্ভ কৰিছে বেলি ফুলৰ খেতি । বেলি ফুলৰ লগতে মহিলাকেইগৰাকীয়ে হালধি, বেঙেনা, কাঠফুলা আদি খেতি কৰি নিজৰ লৰা-ছোৱালীক শিক্ষা প্ৰদান কৰাৰ লগতে জীৱিকাৰ নতুন পথ বাছি লবলৈ সক্ষম হৈছে । মহিলাকেইগৰাকীৰ এনে পদক্ষেপে আন মহিলাসকলকো স্বাৱলম্বিতাৰ নতুন পথ দেখুৱাবলৈ সক্ষম হৈছে ।

Intro:ৰাংঢ়ালি পথাৰ পৰিচালনা সমিতিৰ এই তিনি গৰাকী মহিলাই কৃষি কৰ্মৰ যোগেদি নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে। Body:খুমটাইৰ এই তিনি গৰাকী মহিলাই প্ৰায় ৫ বিঘা মাটিত গোলাঘাট কৃষি বিভাগৰ সহযোগত বেলি ফুলৰ খেতি আৰম্ভ কৰিছে।তাৰ ওপৰিও তেওঁলোকে হালধি, বেঙেনা, কাঠ ফুলা আদি খেতি কৰি নিজৰ লৰা ছোৱালী শিক্ষা প্ৰদান কৰুৱাৰ লগতে নিজৰ জিবিকাৰ পথ বাছি লবলৈ সক্ষম হৈছে। আৰু ৫ বিঘা মাটি বিভিন্ন ধৰণৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। কৃষি কৰ্মৰ যোগেদি মহিলা সকলক আগবাঢ়ি আহি নিজকে পৰিচয় দাঙি ধৰিবলৈ অনুৰোধ জনায়।
Conclusion:Byte-. কৰ্মৰ লগত জড়িত থকা মহিলা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.